--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পেট বিষ, মূৰ বিষ ইত্যাদিকে ধৰি 'ক্লাছ বাংক' মাৰিবলৈ বিদ্যালয়ৰ দেৱাল বগোৱালৈকে পন্থা লৈছিল নব্বৈ দশকৰ 'খতৰনাক' ছাত্ৰ-ছত্ৰীয়ে। যুগ সলনি হ'ল, শিক্ষা ব্যৱস্থা সলনি হ'ল; লগতে বাংক মৰাৰ বাহানাও সলাব হ'ল। সংস্কাৰী শিক্ষাব্যৱস্থাত নাই বেতৰ আগত বিদ্যাৰ ভয়। তথাপি শিক্ষাগুৰুক ফাঁকি দি নিজৰ ভৱিষ্যত বিপদাপন্ন কৰিবলৈ দ্বিধাবোধ নকৰে এক শ্ৰেণীৰ শিক্ষাৰ্থীয়ে।

ক'ভিড মহামাৰীয়ে ধ্বংসপ্ৰায় কৰা সমাজজীৱনত বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছে শিক্ষাৰ্থীসকল। বন্ধ শিক্ষানুস্থানৰ বিকল্পৰূপে প্ৰচলিত হৈছে অনলাইন ক্লাছ। তাৰ পৰাও বঞ্চিত হৈছে কিছুসংখ্যক নিম্ন মধ্যবিত্ত শ্ৰেণীৰ শিক্ষাৰ্থী। তাৰ মাজতো শিক্ষকক 'টুপী' পিন্ধাবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে কিছুসংখ্যক বেপৰোৱা শিক্ষাৰ্থীয়ে।

শেহতীয়াকৈ নিজে শুই থাকি এটা পুতলাৰ মুণ্ডক অনলাইন ক্লাছত অংশগ্ৰহণ কৰোৱা এগৰাকী ছোৱালীৰ ফটোৱে তোলপাৰ লগাইছে ছ'চিয়ে মিডিয়াত। টুইটাৰত বহুলভাৱে চৰ্চিত হৈছে বিষয়টো। প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে লক্ষ লক্ষ লোকে। শয়নত মগ্ন ছাত্ৰীগৰাকীয়ে লেপটপৰ সমুখত এটা পুতলাৰ মাথা মাস্ক পিন্ধাই ৰাখি অনলাইন ক্লাছত অংশগ্ৰহণ কৰোৱা ফটোখনে যথেষ্ট চৰ্চা লাভ কৰিছে


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ