--°C
Loading...
Listen to Article
2 min read
80%

ফেশ্যনত নতুনকৈ গুৰুত্ব আৰোপ

ডিজিটেল ডেস্ক: অনলাইন বাণিজ্যৰ এক বৃহৎ বহুজাতিক প্ৰযুক্তি প্ৰতিষ্ঠান এমাজনে বন্ধ কৰিবলৈ ওলাইছে ৬০খনতকৈও অধিক খুচুৰা বিপণী৷ তাৰ পৰিৱৰ্তে এমাজনে গ্ৰোচাৰী, ফেশ্যনত নতুনকৈ গুৰুত্ব আৰোপ কৰিবলৈ বিচাৰিছে৷ এমাজনে ২০১৫ত ছিয়েটলত আমাজনৰ প্ৰথমখন কিতাপৰ বিপণি মুকলি কৰিছিল৷ আৰু পাছলৈ সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু বিদেশত এমাজনে নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিছিল৷ এমাজনে সমগ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰত আৰু ইংলেণ্ডত এমাজন বুকছকে ধৰি ইয়াৰ বেছিভাগ ‘ষ্টৰ ফ্ৰণ্ট’ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে, কিয়নো এমাজনে শেহতীয়াকৈ অধিক ফেশ্যন আৰু গ্ৰোচাৰী বিপণি মুকলি কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷২০১৭ত হোল ফুডছৰ ১৩.৭ বিলিয়ন ডলাৰ সম্প্ৰসাৰণৰ সৈতে এমাজনে গ্ৰোচাৰী বিপণিৰ সৈতে খুচুৰা ব্যৱসায় সম্প্ৰসাৰিত কৰিবলৈ ধৰে৷ অধিক খুচুৰা ২০১৮ত প্ৰতিষ্ঠানটোৱে এমাজন 4-ষ্টাৰ বিপণী মুকলি কৰে, যিয়ে Amazon.comত সৰ্বাধিক বিক্ৰী হোৱা সামগ্ৰী বিক্ৰী কৰে৷ লগতে অনলাইন ক্ৰেতাৰ দ্বাৰা চাৰিটা ষ্টাৰ বা তাতকৈ অধিক মূল্যাংকন কৰা সামগ্ৰী বিক্ৰী কৰে। প্ৰতিষ্ঠানটোৱে শেহতীয়াকৈ ফেশ্যনৰ ওপৰত গুৰুত্ব দিয়া ৰিটেইল বিপণি ‘এমাজন ষ্টাইল’ মুকলি কৰাৰ কথা ঘোষণা কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক