--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আদবাটতে গাড়ী ৰখাই এম্বুলেন্সক বাট এৰি দিলে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। উত্তৰ প্ৰদেশত দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসন দখল কৰিবাল সক্ষম হোৱা যোগী আদিত্যনাথৰ এই পদক্ষেপে এতিয়া প্ৰশংসা লাভ কৰিছে। যান-বাহন আৰক্ষীৰ ডিচিপি সুভাষ চন্দ্ৰ শাক্যই এই বিষয়ে প্ৰকাশ কৰি আজি কয় যে, কালি ৰাজভৱনৰ সমীপত এই ঘটনা সংঘটিত হৈছিল। 

মুখ্যমন্ত্ৰীয়ে তেওঁৰ কনভয়ৰ সৈতে হজৰতগঞ্জৰ পৰা বান্দৰীয়াবাগলৈ যোৱাৰ পথতে তেওঁ এখন এম্বুলেন্সক বাট এৰি দিয়াৰ বাবে কনভয় ৰখাই দিয়ে। মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ বাবে আন য়ান-বহানৰ লগতে এখন এম্বুলেন্সো আবদ্ধ হৈ পৰিছিল মাজ পথতে। যেতিয়াই মুখ্যমন্ত্ৰী আদিত্যনাথে তেওঁৰ কনভয়ক বাট এৰি দিয়াৰ বাবে এম্বুলেন্সখন আবদ্ধ হৈ থকা দেখিবলৈ পায় তেতিয়াই তেওঁ নিৰাপত্তাৰক্ষীক গাড়ী ৰখাবলৈ নিৰ্দেশ দিয়ে আৰু এম্বুলেন্সখনক বাট এৰি দিয়ে। মু্খ্যমন্ত্ৰী আদিত্যনাথৰ এই পদক্ষেপক বিভিন্নজন প্ৰত্যক্ষদৰ্শী তথা অন্যান্যসকলে প্ৰশংসা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস