--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ বিবাহ অনুষ্ঠানটো অনলাইনযোগে সম্পূৰ্ণ হ’ল। কানপুৰৰ মছজিদত কইনা বহি থকাৰ সময়ত দৰা মহম্মদ হাছান জাৰ্মানীত আছিল। অনলাইনত বিয়া হৈছিল দুয়োৰে। মুফতি চাহাবৰ নিকাহ পঢ়াৰ পৰা সকলো আচাৰ-অনুষ্ঠান — সকলো অনলাইনত কৰা হয়।

কোভিডৰ সময়ছোৱাত এনে ঘটনাৰ শুনা গৈছিল যদিও কভিডৰ পিছত এনে ঘটনা প্ৰথমবাৰৰ বাবে লক্ষ্য কৰা হৈছে। কৰ্ম সূত্ৰে জাৰ্মানীত থাকে হোছেইন।

বিয়াৰ পূৰ্বে সন্তান দুটিৰ পিতৃ-মাতৃয়ে মুফতি চাহাবৰ সৈতে সমস্যাৰ বিষয়ে আলোচনা কৰে। মুফতি চাহেবে অনলাইনত বিয়া পাতিবলৈ প্ৰস্তাৱ দিছিল। দুয়োটা পৰিয়ালে মুফতি চাহাবৰ সিদ্ধান্তত সন্মতি প্ৰকাশ কৰে।

দৰা-কইনা আৰু মুফতিৰ উপৰিও অনলাইন নিকাহ অনুষ্ঠানত বিভিন্ন প্ৰান্তৰ পৰাও পৰিয়ালৰ লোক উপস্থিত থাকে। বিয়াৰ পিছত দুয়োখন ঘৰতে বিয়াৰ পিছৰ ভোজ। নৱবিবাহিতসকলক অনলাইনত আশীৰ্বাদো দিয়া হয়।

উল্লেখ্য যে covid ৰ সময়ত বহুতে অনলাইন বিয়া পাতিবলৈ বাধ্য হৈছে। কিন্তু covid শেষ হ'লেও এনেদৰে বিয়া হোৱাৰ ধাৰা লাহে লাহে বাঢ়িছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক