--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰেষ্টুৰেণ্টসমূহে খাদ্যৰ বিলত এতিয়াৰ পৰা ছার্ভিচ চার্জ আৰোপ কৰিব নোৱাৰিব। দিল্লী উচ্চ ন্যায়ালয়ে শুকুৰবাৰে কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা প্ৰাধিকৰণে এই সম্পৰ্কত ২০২২ চনত জাৰি কৰা নীতি-নিৰ্দেশ বাহাল ৰাখে। 

এই নীতি-নির্দেশত কোৱা হৈছে যে হোটেল আৰু ৰেস্তোৰাঁসমূহে খাদ্যৰ বিলত 'অট'মেটিক' বা 'ডিফল্ট' ছার্ভিচ চার্জ (সেৱা মাচুল) আৰোপ কৰিব নোৱাৰিব। উল্লেখযোগ্য যে এই নীতি নিৰ্দেশক ৰেস্তোৰাঁ এছ'চিয়েশ্যন অব ইণ্ডিয়া আৰু হোটেল এণ্ড ৰেস্তোৰাঁ এছ'চিয়েশ্যন অব ইণ্ডিয়াই প্রত্যাহবান জনাই উচ্চ ন্যায়ালয়ত আৱেদন জনাইছিল। 

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্রতিভা এম সিঙে ৰেস্তোৰাঁ আৱেদন অগ্রাহ্য কৰি এছ'চিয়েশ্যনক এক লাখ টকাৰ জৰিমনা বিহে। উল্লেখযোগ্য যে ২০২২ চনত উচ্চ ন্যায়ালয়ে উক্ত নীতি-নির্দেশত স্থগিতাদেশ জাৰি কৰিছিল।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ