--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ফাইনেলৰ অন্ত পৰাৰ চাৰিদিনো পাৰ হোৱা নাই। পুনৰ দেখা যাব ভাৰত বনাম অষ্ট্ৰেলিয়াৰ যুঁজ। এইবাৰ দুয়োখন দেশে টি-২০ ফৰ্মেটত খেলিব। বিশ্বকাপত খেলা অষ্ট্ৰেলিয়াৰ ৮ গৰাকী ক্ৰিকেটাৰ টি-২০ দলত আছে। সেই দলটোত তেওঁ নাই। অৱশ্যে ভাৰতৰ বিৰুদ্ধে পুনৰ খেলাটোক মাৰ্নাছ লাবুচেনে বিৰক্ত অনুভৱ কৰে। অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰগৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰে।

দেশলৈ উভতি অহাৰ সময়ত লাবুচেনে কয়, ‘কাইলৈ ​​আৰু এখন মেচ আছে বুলি ভাবি মই আচৰিত হৈছো। এইটো কেনেকৈ সম্ভৱ সেয়া বুজি পোৱা নাই।’

অৱশ্যে ক্ৰিকেটৰ বৰ্তমানৰ সূচীত এনে ঘটনাক লৈ আচৰিত হ’বলগীয়া একো নাই বুলি লাবুচেনে অনুভৱ কৰিছে। ৩ ডিচেম্বৰত ভাৰত ভ্ৰমণ সমাপ্ত হোৱাৰ পিছত ১৪ ডিচেম্বৰৰ পৰা ঘৰুৱা ক্ষেত্ৰত পাকিস্তানৰ বিৰুদ্ধে টেষ্ট শৃংখলা খেলিব। ফলত জিৰণিৰ সময় বহুত কম হয়।

লাবুশ্বানে কয়, “ক্ৰিকেটৰ বৰ্তমানৰ সময়সূচী সেইটোৱেই। এই মুহূৰ্তত ইয়াক ক্ৰিকেট হিচাপে গ্ৰহণ কৰিব লাগিব। আমাৰ মাজৰ দুই এজনে এতিয়াও টেষ্ট শৃংখলাৰ আগতে তিনি সপ্তাহৰ জিৰণি লৈছো। গতিকে সতেজ হৈ খেলপথাৰত উঠি পৰৱৰ্তী প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ উপায় আছে।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক