--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চাহত আদা যোগ কৰিলে ইয়াৰ সোৱাদ বহুগুণ বৃদ্ধি পায়। শাক-পাচলিতো আদা ব্যৱহাৰে সোৱাদ বৃদ্ধি কৰে। কেৱল ভাৰতেই নহয়, আদা বিশ্বৰ বহু দেশত ব্যৱহাৰ কৰা হয়। প্ৰায়ে আদা বেছি সময় ৰাখিলে ইয়াৰ ভিতৰৰ ৰস শুকাই যায়। এনে পৰিস্থিতিত বহুতে আদা ফ্ৰীজত ৰাখে। আদা ফ্ৰীজত ৰাখিলে ভাল নে বেয়া তাকে লৈ বহু মানুহ বিভ্ৰান্তিত পৰে। আজি আমি আপোনালোকক ক'ম আদা কেনেকৈ সংৰক্ষণ কৰিব পাৰি।

যদি আপুনি এসপ্তাহ বা দুসপ্তাহৰ ভিতৰত ব্যৱহাৰ কৰিব বিচাৰে

যদি আপুনি এসপ্তাহ বা দুসপ্তাহৰ ভিতৰত আদা ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি ইয়াক কোঠাৰ উষ্ণতাতো সুৰক্ষিত ৰাখিব পাৰে। মনত ৰাখিব যে আদা আৰ্দ্ৰ ঠাইত নাৰাখিব। আদা পোনপটীয়া সূৰ্যৰ পোহৰৰ পৰিৱৰ্তে শুকান আৰু ঠাণ্ডা ঠাইত ৰাখিব লাগে।


আদা কেনেকৈ সংৰক্ষণ কৰিব

যদি আপোনাৰ আদা বৃহৎ পৰিমাণে আছে আৰু আপুনি ইয়াক দীৰ্ঘদিন ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে আপুনি ইয়াক ফ্ৰীজত ৰাখিব পাৰে। কিন্তু মনত ৰাখিব যে আদা এনেদৰে ফ্ৰীজত ৰাখিলে শুকাই যোৱাৰ আশংকা থাকে। এনে পৰিস্থিতিত বায়ু বন্ধ পাত্ৰ বা প্লাষ্টিকৰ বেগত ৰাখিলে ভাল হ’ব, যাতে ই বেছি দিন টিকি থাকে।

এইবোৰ কথা মনত ৰাখিব

আধা কাটি লোৱা আদা ব্যৱহাৰ কৰক। কটা আদা সোনকালে নষ্ট হয়। যদি আদা বাহিৰত বা ফ্ৰীজৰ ভিতৰত ৰখাৰ পিছত শুকাই গৈছে তেন্তে পেলাই নিদিব, শুকানকৈ পিহি পাউদাৰ বনাওক। সেই গুড়িও ব্যৱহাৰ কৰিব পাৰে।
দীৰ্ঘদিনলৈ আদা সুৰক্ষিত ৰাখিবলৈ জিপ লক বেগত ৰাখিব লাগে। এই কৌশলেৰে আদা ৰাখিলে ই বহুদিনলৈ সতেজ হৈ থাকে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
টকাৰ বাবে অমানুষিক কাণ্ড! ৪২ লাখ টকাৰ বাবেই ককায়েক-বৌয়েকে নৃশংসভাৱে হ*ত্যা কৰিলে নিজ ভগ্নীক
ছত্তিশগড়ত চলন্ত গাড়ী নদীত পৰাত পতি-পত্নীসহ দুই সন্তানৰ মৃত্যু
হোজাইত বেজালি কৰাৰ নামত মহিলাৰ পৰা লুটিলে সোণ, ৰূপৰ গহনাৰ সৈতে নগদ ধন
খুচুৰা মুদ্ৰাৰ চমক! ৫ বছৰৰ সঞ্চয়েৰে স্কুটি ক্ৰয় চাবুৱাৰ সন্তোষ কুমাৰ শ্বাহৰ
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি
মাৰাথন সম্পূৰ্ণ কৰি বিজয় পদক হাতত লোৱাৰ পিছতেই হাৰ্ট এটেকত মৃত্যু ছফ্টৱেৰ অভিযন্তাৰ
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা: দিল্লীত দীপাৱলীত ‘সেউজ ফটকা’হে ফুটুৱাব পাৰিব
আৰক্ষীৰ এনকাউণ্টাৰত নিহত ঘাতক ঘনকান্ত গগৈ
ইউৰোপত এবছৰত ২২ হাজাৰটা প্ৰতিবাদী কাৰ্যসূচী, চৰকাৰ-বিৰোধী বিক্ষোভ-সমদলত উত্তাল
কাজিৰঙাত আজিৰে পৰা আৰম্ভ জীপ চাফাৰী
কলিয়াবৰত বান্দৰৰ আক্ৰমণত ছাত্ৰ-ছাত্ৰী আহত