--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সকলোৱে অপেক্ষা কৰি থকা ফিল্মফেয়াৰ বঁটা বিজয়ীৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে। আশ্চৰ্যজনকভাৱে কিৰণ ৰাওৰ পৰিচালিত আৰু আমিৰ খানৰ প্ৰডাকচন হাউছৰ অধীনত প্ৰযোজনা "লাপাতা লেডিজ" ছবিখনে লাভ কৰিছে শ্ৰেষ্ঠ ছবিৰ বঁটাৰ লগতে আন ১২টা বঁটা।

ডিজিটেল ডেস্কঃ যোৱা নিশা আহমেদাবাদত অনুষ্ঠিত হয় ৭০ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডছ। কৰণ জোহৰ আৰু মনীষ পলৰ সৈতে শ্বাহৰূখ খানে আঁত ধৰা এই অনুষ্ঠানত কৃতি ছানন, কাজল, আৰু অনন্যা পাণ্ডেয়ে অনুষ্ঠান পৰিৱেশন কৰে। 


সকলোৱে অপেক্ষা কৰি থকা ফিল্মফেয়াৰ বঁটা বিজয়ীৰ তালিকা ইতিমধ্যে প্ৰকাশ পাইছে। আশ্চৰ্যজনকভাৱে কিৰণ ৰাওৰ পৰিচালিত আৰু আমিৰ খানৰ প্ৰডাকচন হাউছৰ অধীনত প্ৰযোজনা "লাপাতা লেডিজ" ছবিখনে লাভ কৰিছে শ্ৰেষ্ঠ ছবিৰ বঁটাৰ লগতে আন ১২টা বঁটা। উল্লেখ্য় যে ৰণবীৰ সিঙৰ "গালি বয়" ছবিখনে ইয়াৰ পূৰ্বে ১৩টা বঁটা লাভ কৰিছিল।


ফিল্মফেয়াৰ বঁটাৰ বিজয়ী তালিকা


শ্ৰেষ্ঠ ছবি : লাপাতা লেডিজ

শ্ৰেষ্ঠ পৰিচালক : কিৰণ ৰাও (লাপাতা লেডিজ)

শ্ৰেষ্ঠ অভিনেতা : অভিষেক বচ্চন (আই ৱাণ্ট টু টক) আৰু কাৰ্তিক আৰিয়ান (চন্দু চেম্পিয়ন)

শ্ৰেষ্ঠ অভিনেত্ৰী : আলিয়া ভাট (জিগ্ৰা)

সমালোচকৰ বঁটা, শ্ৰেষ্ঠ অভিনেতা : ৰাজকুমাৰ ৰাও (শ্ৰীকান্ত)

সমালোচকৰ বঁটা, শ্ৰেষ্ঠ অভিনেত্ৰী : প্ৰতিভা ৰন্ত (লাপাতা লেডিজ)

শ্ৰেষ্ঠ সহ-অভিনেতা : ৰবি কিষাণ (লাপাতা লেডিজ)

শ্ৰেষ্ঠ সহ-অভিনেত্ৰী : ছায়া কদম (লাপাতা লেডিজ)

সমালোচকৰ বঁটা, শ্ৰেষ্ঠ ছবি : শ্বুজিত ছিৰকাৰ (আই ৱাণ্ট টু টক)

শ্ৰেষ্ঠ কাহিনী : আদিত্য ধৰ আৰু মোনাল ঠক্কৰ (আৰ্টিকল ৩৭০)

শ্ৰেষ্ঠ চিত্ৰনাট্য : স্নেহা দেশাই (লাপাতা লেডিজ)

শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য : ৰিতেশ শ্বাহ আৰু তুষাৰ শীতল জৈন (আই ৱাণ্ট টু টক)

শ্ৰেষ্ঠ সংলাপ : স্নেহা দেশাই (লাপাতা লেডিজ)

শ্ৰেষ্ঠ প্ৰডাকচন ডিজাইন : ময়ূৰ শৰ্মা (কিল)

বেষ্ট একশ্যন : চেয়ং অ'হ আৰু পাৰভেজ শ্বেখ (কিল)

শ্ৰেষ্ঠ সাজ-পোছাক : দৰ্শন জালান (লাপাতা লেডিজ)

শ্ৰেষ্ঠ ভিএফএক্স : ৰিডিফাইন (মুঞ্জিয়া)

শ্ৰেষ্ঠ নৃত্য পৰিচালনা : বস্কো-চিজাৰ (টৌবা টৌবা, বেড নিউজ)

শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰী : নীতাঞ্চি গোৱেল (লাপাতা লেডিজ)

শ্ৰেষ্ঠ নৱাগত অভিনেতা : লক্ষ্য (কিল)

শ্ৰেষ্ঠ নৱাগত পৰিচালক : কুনাল কেমু (মদগাঁও এক্সপ্ৰেছ) আৰু আদিত্য সুহাষ জম্ভালে (আৰ্টিকল ৩৭০)

আৰ.ডি বৰ্মন এৱাৰ্ড ফ'ৰ আপকামিং টেলেণ্ট ইন মিউজিক : অচিন্ত্য ঠাক্কৰ (জিগ্ৰা, মিষ্টাৰ এণ্ড মিচেছ মাহী)

লাইফটাইম এচিভমেণ্ট এৱাৰ্ড : জিনাত আমান আৰু শ্যাম বেনেগাল (মৰণোত্তৰ)

চিনে আইকন বঁটা : দিলীপ কুমাৰ, নুতন আৰু মীনা কুমাৰী

শ্ৰেষ্ঠ সংগীত এলবাম : ৰাম চম্পত (লাপাতা লেডিজ)

শ্ৰেষ্ঠ গীতৰ কথা : প্ৰশান্ত পাণ্ডে (ছাজনী, লাপাতা লেডিজ)

শ্ৰেষ্ঠ প্লে-বেক গায়ক : অৰিজিৎ সিং (ছাজনী, লাপাতা লেডিজ)

শ্ৰেষ্ঠ প্লে-বেক গায়িকা : মধুবন্তী বাগচী (আজ কি ৰাত, ষ্ট্ৰী-২)

শ্ৰেষ্ঠ বেকগ্ৰাউণ্ড স্ক'ৰ : ৰাম চম্পত (লাপাতা লেডিজ)

শ্ৰেষ্ঠ শব্দ প্ৰযোজনা : সুভাষ চাহু (কিল)

শ্ৰেষ্ঠ সম্পাদনা : শিৱকুমাৰ ভি পানিকৰ (কিল)

শ্ৰেষ্ঠ দৃশ্যগ্ৰহণকাৰী : ৰাফে মেহমুদ (কিল)


আনহাতে জিনাত আমান আৰু শ্যাম বেনেগালক (মৰণোত্তৰ) জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰা হয়। সংগীতৰ উদীয়মান প্ৰতিভাৰ বাবে আৰ ডি বৰ্মন বঁটা অচিন্ত ঠাক্কাৰ (জিগ্ৰা, মিষ্টাৰ এণ্ড মিচেছ মাহী)ক প্ৰদান কৰা হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ