--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ এতিয়া সৰ্বত্ৰে কেৱল দুৰ্গোত্‍সৱৰে বতৰা। ব্যস্ততাৰ পৰা আঁতৰি পূজা মণ্ডপে মণ্ডপে অভিনেতা-অভিনেত্ৰীৰ ভিৰ।পূজা লাগিছে নুছৰতৰ গাটো।পূজাৰ বতৰত গা ৰাই জাই কৰিছে নুছৰতৰ। শেহতীয়াকৈ পুনৰ চৰ্চাৰ মাজলৈ আহিছে নুছৰত। সকলো প্ৰায় একেই আছে। সলনি হৈছে কেৱল জীৱন সঙ্গী। ২০১৯ চনত নুছৰত জাহানক একে চৰিত্ৰতে পূজাৰ সময়ত অভিনয় কৰা দেখা গৈছিল। তেতিয়া তেওঁৰ কাষত আছিল নিখিল জৈন। এইবাৰো ব্যতিক্ৰম নহয় নুছৰত জাহান। পৰম উলাহেৰে পূজা মণ্ডপে মণ্ডপে ঘূৰি ফুৰিছে অভিনেত্ৰীগৰাকী। এইবাৰ তেওঁৰ কাষত যশ দাসগুপ্ত।

উল্লেখ্য যে, অভিনেত্ৰীগৰাকীয়ে পঞ্চমীৰ দিনা যশক ৰাজহুৱাভাৱে 'স্বামী' হিচাপে স্বীকাৰ কৰিছে। পূজা বুলি যশ-নুছৰতে পূজা মণ্ডপে মণ্ডপে ঘূৰি ফুৰিছে। দৰ্শন কৰিছে প্ৰতিমা,লৈছে মা দুৰ্গাৰ আশীষ। এনেদৰেই তেওঁলোকক ষষ্ঠীৰ দিনা প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে দেখা গৈছিল। সকলো বিতৰ্কক একাশৰীয়া কৰি জীৱনৰ মধুময় সময়খিনি উপভোগ কৰিছে দুই প্ৰেমিক চৰাইয়ে। নুছৰতৰ হাঁহিটোতেই সকলো যেন ফুটি উঠিছে। সকলো বাত-বিতণ্ডাক নেওচি জীৱনৰ সৌন্দৰ্য উপভোগ কৰিছে নুছৰত-যশে। ‘যৌৱন ভণ্ড,জীৱন অন্ধ নকৰিলে প্ৰেম পিৰীতি,শুনা শুনা প্ৰেম অন্ন নেমানে বাধা-বিধিনি…’ নুছৰতে যেন এই কথাষাৰ আকৌ এবাৰ প্ৰমাণ কৰিলে!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ