--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: যুদ্ধৰ বিভীষিকাই ৰেহাই দিয়া নাই কাকো৷ গাজাত এতিয়া মৃত্যুৰ কিৰীলি৷ উফৰি আহে বতাহত মৰণকাতৰ আৰ্তনাদ৷ শেহতীয়াকৈ জনপ্ৰিয় ইজৰাইলী টিভি অনুষ্ঠান ‘ফৌডা’ৰ এজন সদস্য গাজাত নিহত হোৱাৰ খবৰ পোৱা গৈছে। 

‘দ্য জেৰুজালেম পোষ্ট’ৰ বাতৰি অনুসৰি, ইজৰাইলৰ ৫৫১সংখ্যক ব্ৰিগেডৰ ৬৯৭সংখ্যক বেটেলিয়নৰ এজন সংৰক্ষক আৰু অনুষ্ঠানটোত শ্বোটোৰ মাতান মেইৰক গাজাত কৰ্তব্যৰত হৈ মৃত্যু হোৱা সৈনিকসকলৰ আইডিএফ তালিকাত ঘোষণা কৰা হৈছিল৷

‘ফৌদা’ৰ ছ’চিয়েল মিডিয়া গোটেও এটা বিবৃতি প্ৰকাশ কৰি মতন মেইৰৰ মৃত্যুৰ কথা ঘোষণা কৰিছিল। পোষ্টটোত ‘ফৌদা’ কৰ্তৃপক্ষই লিখিছে— গাজাত আমাৰ ফৌদা পৰিয়ালৰ এজন সদস্য মাতন মেইৰ নিহত হোৱাৰ কথা জনাবলৈ গৈ আমি ব্যথিত হৈছোঁ৷ মতান আমাৰ এজন অবিচ্ছেদ্য সদস্য আছিল। এই শোকাৱহ ক্ষতিৰ দ্বাৰা কলা-কুশলী আৰু কৰ্মচাৰীসকলৰ হৃদয় বিষাদেৰে ভৰি পৰিছে। আমি মতনৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। তেওঁৰ আত্মাই শান্তি লাভ কৰক৷
 
মেইৰ আছিল ওডেমৰ বাসিন্দা৷ ‘ফৌদা’ৰ সদস্যই আইডিএফৰ ৫৫১সংখ্যক ব্ৰিগেডৰ ৬৯৭সংখ্যক বেটেলিয়নত যুঁজ দিছিল।

‘ফৌদা’ৰ উপৰি মেইৰ ‘দ্য কপছ’কে ধৰি অন্যান্য অনুষ্ঠানৰ প্ৰযোজনাতো জড়িত আছিল।
হামাছে ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছিল। ইয়াৰ পাছত ইজৰাইলে হামাছৰ ওপৰত প্ৰতি-আক্ৰমণ আৰম্ভ কৰে আৰু সন্ত্ৰাসবাদী দলটোক ধ্বংস কৰাৰ প্ৰতিশ্ৰুতি দিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ