--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি সকলোৱে জানো যে আমাৰ হাড়বোৰ মজবুত কৰিবলৈ কেলচিয়ামৰ প্ৰয়োজন হয়, কিন্তু কিছুমান মানুহে গাখীৰ আৰু ইয়াৰ উৎপাদিত সামগ্ৰীসমূহ সঠিকভাৱে হজম কৰিব নোৱাৰে, যাৰ বাবে ডায়েৰিয়া, গেছ আৰু পেট ফুলাৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। এনে পৰিস্থিতিত যদি আপুনি কেলচিয়াম পাব বিচাৰে তেন্তে গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰীৰ সলনি আন বহুতো বিকল্প বাছি ল’ব পাৰে।

১) আলমণ্ডঃ আলমণ্ডত কেৱল স্বাস্থ্যকৰ চৰ্বিয়েই নহয়, ইয়াত কেলচিয়ামো ভাল পৰিমাণে পোৱা যায়। অৱশ্যে ইয়াত উচ্চ কেলৰিও থাকে আৰু ইয়াক এটা সীমাৰ ভিতৰত সেৱন কৰিব লাগে। পোনে পোনে বা তিয়াই থোৱাৰ পিছত খাব পাৰে।

২) কমলাঃ সাধাৰণতে কমলা ভিটামিন চিৰ প্ৰয়োজন পূৰণৰ বাবে খোৱা হয়, কিন্তু আপুনি জানি আচৰিত হ’ব যে ইয়াত কেলচিয়ামো প্ৰচুৰ পৰিমাণে পোৱা যায়। যদি আপুনি গাখীৰ খাব নিবিচাৰে তেন্তে কমলা বা ইয়াৰ ৰস খাব পাৰে।

৩) চাৰ্ডিন মাছঃ চাৰ্ডিন মাছত কেলচিয়ামৰ লগতে ওমেগা-৩ ফেটি এচিড আৰু ভিটামিন ডিৰ প্ৰচুৰ উৎস থাকে। মধ্যমীয়া আকাৰৰ চাৰ্ডিন মাছ খালে দৈনিক প্ৰয়োজনৰ ৩৫ শতাংশ কেলচিয়াম পোৱা যাব।

৪) টফুঃ ছয়াবিনৰ সামগ্ৰী টফু উদ্ভিদ ভিত্তিক কেলচিয়ামৰ এক সমৃদ্ধ উৎস। আন বহুতো পুষ্টিকৰ উপাদান টফুতো পোৱা যায়, য’ত প্ৰ’টিনো থাকে। এই খাদ্য বস্তুটো দেখাত হুবহু পনিৰৰ দৰে। ইয়াক দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ