--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ দুৱাৰ হৈছে ঘৰ এখনৰ প্ৰধান অংশ। দুৱাৰেৰেই মানুহে ঘৰত প্ৰৱেশ কৰে। সেয়ে ঘৰৰ দুৱাৰ বাস্তু বিধি মতে কৰিব পাৰিলে ঘৰ খনত সুখ-শান্তি বৃদ্ধি পায় । বাস্তুৰ মতে ঘৰৰ দুৱাৰৰ ক্ষেত্ৰত এনেবোৰ বিধান মানি চিব পাৰিলে ভাল-

ঘৰত থকা মুঠ দৰ্জাৰ সংখ্যা সদায় যুগ্ম হ'ব লাগে। অযুগ্ম সংখ্যাৰ দৰ্জা ঘৰত থাকিলে গৃহস্থৰ সুখ বৃদ্ধি হোৱাত বাধাৰ সৃষ্টি হয়।

ঘৰৰ মুখ্য দ্বাৰ সদায় দুই পাল্লাৰ হ'ব লাগে। ঘৰৰ ভিতৰৰ দুৱাৰ এক পাল্লাৰ হ'লেও কোনো কথা নাই ।
ঘৰৰ মুখ্য দ্বাৰ কেতিয়াও অর্ধ চন্দ্ৰাকাৰ, বৃত্তাকাৰ, ত্রিকোণ বা অসম আকৃতিৰ হ'ব নালাগে । ঘৰৰ মুখ্য দ্বাৰা সদায় বর্গাকৃতিৰ হ'ব লাগে ৷

ঘৰৰ প্ৰস্থান দ্বাৰ এক পাল্লা বিশিষ্ট হ'লেও কোনো কথা নাই ।
ঘৰৰ মুখ্য দ্বাৰ খোলা বা বন্ধ কৰাৰ সময়ত শব্দ হ'ব নালাগিব । ১০। ঘৰৰ প্ৰতিখন দৰ্জা সম আকৃতিৰ হ'ব লাগে।

ঘৰত যিদৰে দুৱাৰ আদি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সচেতন হ'ব লাগে, ঠিক তেনেদৰে খিৰিকী নিৰ্মাণৰ ক্ষেত্ৰতো সতৰ্কতা অৱলম্বন কৰিব লাগে । কাৰণ খিৰিকীৰে ঘৰৰ ভিতৰলৈ বতাহ তথা পোহৰ প্ৰৱেশ কৰে। ঘৰৰ ভিতৰত সঠিকভাৱে বতাহ চলাচল কৰিব নোৱাৰিলে অথবা পোহৰ সোমাব নোৱাৰিলে গৃহস্থই নানা ৰোগ- ব্যাধিত ভোগাৰ আশংকা থাকে। সেইবাবে ঘৰৰ খিৰিকী এনেদৰে নিৰ্মাণ কৰিব লাগে যাতে সঠিকভাৱে বতাহ তথা পোহৰ প্ৰৱেশ কৰিব পাৰে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ