--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰৰ প্ৰৱেশদ্বাৰ যি দিশতেই নিৰ্মাণ কৰা নহওক কিয়, সেয়া সম্পূৰ্ণৰূপে বাস্তুসন্মত হ'ব লাগিব।  এই বিষয়ে কিছু কথা উল্লেখ কৰা হৈছে

পূব দিশত নিৰ্মাণ কৰা প্ৰৱেশদ্বাৰৰ ফলাফল
 পূব দিশৰ প্ৰথম ভাগটোত কামদেৱ অৰ্থাৎ শিখি দেৱতাৰ অৱস্থান। এই ভাগটোত দুৱাৰ নিৰ্মাণ কৰিলে অগ্নিৰ ভয় থাকে।

দক্ষিণ দিশৰ মুখ্য দুৱাৰৰ ফলাফল
দক্ষিণ দিশৰ প্ৰথম ভাগত বায়ু দেৱতাৰ অৱস্থান। এই ভাগত মুখ্য দুৱাৰ নিৰ্মাণ কৰিলে গৃহস্থৰ সন্তান জন্ম নহ'ব পাৰে অথবা সন্তানৰ সংখ্যা কম হ'ব পাৰে।পুষ্যা ভাগত মুখ্য দুৱাৰ নিৰ্মাণ কৰিলে কোনো বিশ্বাসী লোকে গৃহস্থৰ অপকাৰ সাধন কৰাৰ আশংকা থাকে।বিপথ বা বিদ্যা ভাগত প্ৰৱেশ দুৱাৰ নিৰ্মাণ কৰিলে গৃহস্থ স্বাৰ্থপৰ হৈ পৰে।

 বৃহৎক্ষত ভাগত প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰিলে পুত্ৰ সন্তান লাভ হয় আৰু গৃহস্থ ভোজনবিলাসী হৈ পৰে।যম ভাগত প্ৰৱেশদ্বাৰ নিৰ্মাণ কৰিলে গৃহস্থ কৰ্কশ হৈ পৰে আৰু তেওঁৰ জেদ ভাব বৃদ্ধি পায় । ঘৰৰ প্ৰৱেশদ্বাৰ মুখ্য দ্বাৰতকৈ কিছু সৰু হ'ব লাগে।
 যিকোনো ধৰণৰ দুৱাৰৰ উচ্চতা বহলতকৈ দুগুণ অথবা তাতকৈ বেছি হ'ব
লাগে।

 ঘৰৰ প্ৰৱেশদ্বাৰ কাঠেৰে নিৰ্মাণ কৰিলে বেছি শুভ ফলদায়ক হয়।
ঘৰৰ প্ৰৱেশদ্বাৰ খোলা বা বন্ধ কৰাৰ সময়ত যাতে শব্দ নহয় তাৰ প্ৰতি গুৰুত্ব দিব লাগে।
ঘৰত ছুইচযুক্ত প্ৰৱেশদ্বাৰ লগোৱাটো শুভ ফলদায়ক নহয় ।
ঘৰৰ প্ৰতিখন দুৱাৰৰ জোখ একে হ'ব লাগে আৰু সেইবোৰ দেখিবলৈয়ো একে হ'ব লাগে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস