--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই: ছ’নী টিভিৰ জনপ্ৰিয় অনুষ্ঠান কপিল শৰ্মাৰ শ্ব’ত অংশ্ৰগ্ৰহণ কৰিবলৈ গৈ অপমানিত হ’ল কেন্দ্ৰীয় মন্ত্ৰী৷ প্ৰাক্তন অভিনেত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীয়ে তেওঁ ৰচনা কৰা প্ৰথমখন উপন্যাস ‘লাল চালাম’ প্ৰচাৰৰ বাবে অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনাইছিল কপিল শৰ্মাই৷ কিন্তু অনুষ্ঠানটোত অংশ ল’বলৈ গৈ ষ্টুডিঅ’ৰ বাহিৰত নিৰাপত্তাৰক্ষীয়ে প্ৰৱেশ কৰাত বাধা আৰোপ কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক৷


এই সন্দৰ্ভত স্মৃতি ইৰানীয়ে নিৰাপত্তাৰক্ষীক অৱগত কৰোৱাৰ পাছতো প্ৰৱেশৰ অনুমতি প্ৰদান নকৰাত খৰ্গগ্ৰস্ত হৈ উভতি যায়৷ এই ঘটনাৰ পৰৱৰ্তী সময়ত মন্ত্ৰীগৰাকীৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও স্মৃতি ইৰানীয়ে উপস্থিত থাকিবলৈ অসন্তুষ্টি প্ৰকাশ কৰে৷ যাৰ বাবে কপিল শৰ্মাৰ শ্ব’ৰ দৃশ্যগ্ৰহণ বন্ধ ৰাখিবলগীয়া হয়৷


প্ৰকাশিত খবৰ অনুসৰি, স্মৃতি ইৰানীৰ চেহেৰাৰ যথেষ্ট সলনি হোৱা হেতুকে নিৰাপত্তাৰক্ষীয়ে চিনি পোৱাত অসুবিধাৰ সৃষ্টি হ’ল৷ শেহতীয়াভাৱে স্মৃতি ইৰানী যথেষ্ট ক্ষীণ চেহেৰাৰ হোৱাৰ বাবে চিনিব নোৱাৰি বাধা আৰোপ কৰিলে নিৰাপত্তাৰক্ষীয়ে৷ উল্লেখ্য যে নিৰাপত্তাৰক্ষীজনে এই ঘটনাৰ পাছত ফোন বন্ধ কৰি কৰ্মস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ