--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : খাহীৰ মাংস খালে অনেক সময়ত বহুতৰে চিন্তা বাঢ়িবলৈ ধৰে। কাৰণ বহুতে ভাবে যে কলেষ্টেৰল বৃদ্ধি পালে, শৰীৰ অসুস্থ হৈ পৰে বহু লোকৰ। বয়সৰ লগে লগে মানুহ শৰীৰ বিভিন্ন ৰোগে বাহ লয়, গতিকে চিন্তাও বাঢ়িবলৈ ধৰে। সেয়েহে বহু লোকে বয়স বঢ়াৰ লগে লগে খাহী মাংস খাবলৈ এৰি দিয়ে। এনে অৱস্থাত ৰঙা মাংস আমাৰ শৰীৰৰ বাবে সঁচাকৈয়ে ক্ষতিকাৰক নেকি? জানো আহক।

 ৰঙা মাংসৰ উপকাৰিতাসমূহ-

মাংস হৈছে প্ৰটিন, ভিটামিন আৰু খনিজ পদাৰ্থৰ ভাল উৎস। খাচী মাংসত ভিটামিন-বি৩, ভিটামিন-বি১২, ভিটামিন-বি৬, আইৰন, জিংক আৰু চেলেনিয়াম থাকে। এই সকলোবোৰ উপাদানে ভৌতিক গঠনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰতি ১০০ গ্ৰাম ৰঙা মাংসত ১২২ কেলৰি, ২৩ গ্ৰাম প্ৰটিন, ২.৫৬ গ্ৰাম চৰ্বি থাকে। মাংসত চেচুৰেটেড ফেট থাকে যিয়ে কলেষ্টেৰল বৃদ্ধি কৰে। কিন্তু ৰঙা মাংসই কলেষ্টেৰল বৃদ্ধি নকৰে। কাৰণ খাহী মাংসত চেচুৰেটেড ফেট কম থাকে। খাচী মাংসে শৰীৰৰ পৰা ৰক্তহীনতা দূৰ কৰে। খাচী মাংসত B12 থাকে গতিকে ছালখন ভাল হয়। কোৱা হয় যে ৰঙা মাংসত কেলচিয়ামৰ পৰিমাণ প্ৰচুৰ পৰিমাণে থাকে, গতিকে হাড়, দাঁত, নখ আৰু চুলিৰ বাবে অতি উপকাৰী। গৰ্ভৱতী মহিলাৰ বাবে ৰঙা মাংস উপকাৰী। ৰঙা মাংসই গৰ্ভৱতী মহিলাৰ হিমগ্লবিন বৃদ্ধি কৰে। ইয়াৰ উপৰি টাইপ-২ ডায়েবেটিছ আৰু হৃদযন্ত্ৰৰ ৰোগ নিৰাময় কৰে।

 খাহী মাংস কোনো ফ্ৰীজত নাৰাখি, ফ্ৰেশ্ব হিচাপে খাবলৈ চেষ্টা কৰক। যদি আপোনাৰ একাধিক ৰোগ আছে তেন্তে যিমান পাৰে কম মছলাৰে মাংস খাবলৈ চেষ্টা কৰক।  কিন্তু কলেষ্টেৰল বেছি  হ’লে আন ৰঙা মাংসৰ পৰা সাৱধান হওক। আন ৰেডমিটৰ তুলনাত খাচী ইমান ক্ষতিকাৰক একেবাৰেই নহয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ