--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰেম এক স্বৰ্গীয় অনুভূতি৷ প্ৰেম আছে বাবেই এই পৃথিৱীখন সুন্দৰ, প্ৰেম আছে বাবেই সৃষ্টি আছে৷ সংজ্ঞাৰে প্ৰকাশ কৰিব নোৱাৰা এক মিঠা অনুভূতিৰ নামেই হৈছে প্ৰেম৷ প্ৰেম যে কেৱল মানুহৰ মাজতে হ’ব পাৰে তেনেকুৱা নহয়৷ জীৱ-জন্তু, পশু-পক্ষী, গছ-গছনি সকলোৰে মাজত প্ৰেম হ’ব পাৰে৷ মুঠৰ ওপৰত দুই আত্মাৰ মিলন হ’লেই গঢ়ি উঠে প্ৰেমমানুহৰ সমানে-সমানে জীৱ-জন্তুও প্ৰেম প্ৰকাশ কৰাত কিন্তু এখোজো পিছপৰি থকা নাই৷ ভিন্ন সময়ত জীৱ-জন্তুও নানা প্ৰকাশ শৈলী মাজেৰে প্ৰেম নিবেদন কৰা ছবি সামাজিক মাধ্যমত বিয়পি পৰে আৰু তাকে লৈ মানুহে খুব ব্যস্ত থাকে৷ শেহতীয়াকৈ জীৱ-জন্তুৰ মাজত প্ৰেম নিবেদন কৰা এটা ভাইৰেল ভিডিঅ’ক লৈ সামাজিক মাধ্যমত বেছ চৰ্চা লাভ কৰিছে৷

ভিডিঅ’টোত দুটা হাতীয়ে এটায়ে আনটোক ফুলৰ থোপাৰে প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছে৷ ভিডিঅ'টোত দেখা গৈছে যে মতা হাতীটোৱে শুঁড়ত ফুলৰ থোপা লৈ দূৰত অপেক্ষা কৰি থকা মাইকী হাতীটোৰ ওচৰলৈ আগবাঢ়ি গৈছে। মতা হাতীটোৱে সম্পূৰ্ণ মানুহৰ কায়দাৰে ভৰি ভাঁজ কৰি মাইকী হাতীটোক ফুলৰ থোপা আগবঢ়াই প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছিল৷ হাতী আৰু তেওঁৰ প্ৰেমিকে প্ৰেম আগবঢ়োৱা দৃশ্যই লাখ লাখ মানুহৰ হৃদয় জয় কৰিছে।

কোনোৱে ক’লে, 'মই আগতে কেতিয়াও এনে ৰোমান্টিক দৃশ্য দেখা নাছিলো। আন কোনোৱে ক’লে এইয়া সচা প্ৰেমৰ উৎকৃষ্ট নিৰ্দশন। আন বহুত মানুহে আকৌ হাতীৰ পৰা এনে প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ আগ্ৰহী। এলিফেণ্টছ এছএফৱৰ্ল্ডে এই বিশেষ ভিডিঅ'টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে৷

আৰু পঢ়ক: বিচ্ছেদ নহয় এইবাৰ অন্তঃসত্ত্বা হোৱাৰ গুঞ্জন! অভিভাৱক হ’ব প্ৰিয়ংকা-নিক

গজৰাজে প্ৰেম নিবেদন কৰা সম্পূৰ্ণ ভিডিঅ’টো চাবলৈ এই লিংকটোত ক্লিক কৰকঃ https://www.instagram.com/reel/CV-cD-ItbcG/?utm_source=ig_embed&ig_rid=90e3435c-e390-4664-8632-2eaa339ccbb4


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ