--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২৩ আগষ্টত পৱন বৰ্মনে সন্তানসহ পত্নী নিৰুদ্দেশ হোৱা বুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিত নাগ্ৰীজুলি আৰক্ষীয়ে উদ্ধাৰ কৰে পৱন বৰ্মনৰ পত্নীসহ ৪ মহীয়া কেঁচুৱাটিক।

ডিজিটেল ডেস্কঃ ৪ মহীয়া কেঁচুৱাসহ যোৱা ৮ আগষ্টত ঘৰৰপৰা নিৰুদ্দেশ হোৱা মহিলা উদ্ধাৰ।


তামুলপুৰৰ পূৱ গোৱাবাৰীত ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল ৪মহীয়া কেঁচুৱা আৰু মাতৃ।


২৩ আগষ্টত পৱন বৰ্মনে সন্তানসহ পত্নী নিৰুদ্দেশ হোৱা বুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিত নাগ্ৰীজুলি আৰক্ষীয়ে উদ্ধাৰ কৰে পৱন বৰ্মনৰ পত্নীসহ ৪ মহীয়া কেঁচুৱাটিক। এই ঘটনা সন্দৰ্ভত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।


তামিলনাডুৰপৰা উদ্ধাৰ কৰা হৈছে নিৰুদ্দেশ হোৱা মহিলাসহ ৪মহীয়া কেঁচুৱাটো ।


৪ মহীয়া কেচুৱাসহ মহিলাগৰাকীক লৈ যোৱা গোৰেশ্বৰৰ ৰামছাঝাৰৰ ৰফিক আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।


নাগ্ৰীজুলি আৰক্ষী চকীৰ আৰক্ষী বিষয়া চুচেন দাসৰ নেতৃত্বত অভিযান চলাই গ্ৰেপ্তাৰ কৰা হয় ৰফিক আলীক আৰু সন্তানসহ মহিলাগৰাকীক উদ্ধাৰ কৰা হয়।


আটকাধীন ৰফিক আলীক নাগ্ৰীজুলি আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি প্ৰেৰণ কৰে জে'ল হাজোতলৈ ৷


ইপিনে উদ্ধাৰ হোৱা মহিলাসহ ৪ মহীয়া কেঁচুৱাটোক আৰক্ষীয়ে গতাই দিয়ে পৰিয়ালৰ লোকক ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ