--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • খবৰ দিয়া হয় ছাত্ৰগৰাকীৰ অভিভাৱক আৰু আৰক্ষীক। আৰক্ষী উপস্থিত হৈ পিস্তলসহ ছাত্ৰ আৰু ছাত্ৰৰ পিতৃক থানালৈ যায়।

ডিজিটেল ডেস্ক: একাদশ শ্ৰেণীৰ ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ এটা আগ্নেয়াস্ত্র। শ্ৰেণীকোঠাত ছাত্ৰ ৰ পকেত ৰ আগ্নেয়াস্ত্র উদ্ধাৰ লৈ তীব্ৰ চাঞ্চল্য। ঘটনাস্থলীত সদৰ আৰক্ষী উপস্থিত হৈ পিস্তল, ছাত্ৰ আৰু ছাত্ৰ ৰ পিতাক থানা লৈ যায়।


ঘটনা অনুসৰি শ্ৰীভূমি চহৰৰ ফ্ৰণ্টিয়াৰ ছিনিয়ৰ ছেকেন্ডেৰী বেচৰকাৰী বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ পাঠদান চলি থকা সময়ত শ্যাম কুৰি নামৰ ছাত্ৰগৰাকীয়ে বাৰে বাৰে পকেটত হাত দি আছিল। এয়া দেখি শিক্ষকৰ সন্দেহ হয় সম্ভবত মোবাইল লৈ আহিছে বুলি। যিহেতু বিদ্যালয়ত মোবাইল ফোন নিষিদ্ধ। শিক্ষকে পকেত হাত দি দেখে এটা আগ্নেয়াস্ত্র।


খবৰ দিয়া হয় ছাত্ৰগৰাকীৰ অভিভাৱক আৰু আৰক্ষীক। আৰক্ষী উপস্থিত হৈ পিস্তলসহ ছাত্ৰ আৰু ছাত্ৰৰ পিতৃক থানালৈ যায়। বিদ্যালয়ৰ প্ৰধান শিক্ষকে কয় ছাত্ৰ শ্যাম কুৰিয়ে আৰক্ষীৰ আগত জানিব দিছে তেওঁ বিদ্যালয় অহাৰ সময়ত মুখত কাপোৰ বন্ধা এজন লোকে এই পিস্তলটো দি গৈছে আৰু তেওঁ আৰু তেওঁৰ পিতৃক প্ৰাণে মৰাৰ ভাবুকি দিছে।


এতিয়া আৰক্ষীৰ তদন্তত প্ৰকৃত ঘটনাৰ ৰহস্য উদ্ঘাটন হব। সন্দেহ আগ্নেয়াস্ত্রটো এয়াৰ গান। কিন্ত প্ৰশ্ন হয় স্কুলীয়া ছাত্ৰক কোনে এয়া যোগান দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ