--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • মধুৰী ভিটামিন, খনিজ পদাৰ্থ, ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ ফল। সেয়েহে এই ফল দৈনিক খালে শৰীৰৰ বহু দিশত উপকাৰ হয়। মধুৰীত কমলাতকৈও বেছি ভিটামিন C পোৱা যায়।

ডিজিটেল ডেস্ক: মধুৰী এবিধ পুষ্টিকৰ সুমিষ্ট ফল। মধুৰীৰ ফলৰ লগতে পাতবোৰ উপকাৰিতাৰে সমৃদ্ধ। মধুৰীক ইংৰাজীত ‘Guava’ বুলি কোৱা হয়। মধুৰীত অধিক ভিটামিন C, পটাছিয়াম আদি থাকে। এই মধুৰীৰ আছে বহু উপকাৰিতা। কিন্তু আপুনি বাৰু জানেনে কি কি উপকাৰিতা আছে এই মধুৰীত। 


বহুলোকৰ বাৰীত সাধাৰণতে মধুৰী গছ দেখা যায়। কিন্তু অধিকাংশ লোক হয়তো মধুৰীৰ গুণাগুণৰ বিষয়ে জ্ঞাত নহয়।


মধুৰীৰ স্বাস্থ্যকৰ গুণাগুণৰ কথা জানিলে হয়তো আপুনিও আচৰিত হৈ পৰিব। মধুৰী ভিটামিন, খনিজ পদাৰ্থ, ফাইবাৰ আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ ফল। সেয়েহে এই ফল দৈনিক খালে শৰীৰৰ বহু দিশত উপকাৰ হয়। মধুৰীত কমলাতকৈও বেছি ভিটামিন C পোৱা যায়। এই ফলবিধৰ নানা উপকাৰিতাৰ বিষয়ে জানো আহক।


মধুৰীৰ নানা উপকাৰী গুণ


১. মধুৰীয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি, হজম শক্তি উন্নত, ডায়েবেটিছ নিয়ন্ত্ৰণ, হৃদযন্ত্ৰ সবল কৰা আৰু ওজন কমোৱাত সহায় কৰে। ইয়াৰ পাতো পেটৰ বিষ, দাঁতৰ বিষ, চৰ্দি আৰু ছালৰ সমস্যাৰ বাবে অত্যন্ত উপকাৰী। 


২. মধুৰীৰ ব্যৱহাৰে চকুৰ ৰশ্মি বৃদ্ধি কৰাত সহায় কৰে


৩. মধুৰীৰ জৰিয়তে ওজন বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি কাৰণ ইয়াত কম কেলৰি আৰু অধিক আঁহ থাকে।


৪. বদহজমৰ লগতে পেটৰ বিভিন্ন সমস্যাৰ বাবে মধুৰীৰ পাত অতিকৈ উপকাৰী।


৫. দাঁতৰ ক্ষেত্ৰতো মধুৰীৰ লাভালাভ দেখা যায়। মধুৰীৰ পাত চোবালে দাঁতৰ বিষ নিয়ন্ত্ৰণ কৰাত সহায় হয়।


৬. মধুৰীক Ascorbic Acid অৰ্থাৎ Vitamin C ৰ সমৃদ্ধ উৎস বুলি গণ্য কৰা হয়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বহুতো ভাইৰাছজনিত ৰোগৰ পৰা আপোনাক ৰক্ষা কৰে।


৭. মধুৰীত থকা ভিটামিন A আৰু C ৰ বাবে চকুৰ ৰশ্মি বৃদ্ধি হয় আৰু ছাল উজ্জ্বল হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ