--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চীনে  বিদেশী নৌ আক্ৰমণ প্ৰতিহত কৰিবলৈ য়েল’ চিৰ গভীৰতাত পাতি থোৱা ফান্দত এতিয়া বন্দী হৈ পৰিছে নিজৰ দেশৰেই এখন জাহাজ।   চীনৰ পাৰমাণৱিক শক্তিধৰ  চাবমেৰিন এখন সেই ফান্দত লাগি ধৰা বুলি খবৰ বিয়পি পৰিছে। ফলস্বৰূপে, চাবমেৰিন খনৰ কেপ্টেইনসহ ৫৫ জন চীনা সৈন্যৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।

 ব্ৰিটেইনৰ এটা সংবাদ সংস্থাই এই কথা ৰাজহুৱা কৰিছে।  কিন্তু চীনে দাবী কৰিছে যে খবৰটোৰ ভিত্তি নাই।ব্ৰিটেইনৰ পৰা প্ৰকাশিত  ডেইলী মিৰ'ৰে ব্ৰিটেইনৰ গুপ্তচৰ সংস্থাৰ  প্ৰতিবেদনৰ ভিত্তিত সেই খথবৰ প্ৰকাশ কৰিছে। বাতৰিটোত  দাবী কৰা হৈছে  যে ব্ৰিটিছ জাহাজৰ চলাচল বন্ধ কৰিবলৈ য়েল’ চিত চীনে  ফান্দ স্থাপন কৰিছিল। সেই ফান্দতে  চীনৰ নৌসেনাৰ  চাবমেৰিন খন আবদ্ধ হৈ পৰে।

কেনেবাকৈ চাবমেৰিনৰ অক্সিজেন যোগান ব্যাহত হ’লেই তাত থকা লোককেইজনৰ মৃত্যু হ’ব পাৰে বুলি আশংকা কৰা হৈছে।  পিএলএ নেভি চাবমেৰিন ০৯৩-৪১৭ ৰ আটাইকেইজন লোকৰে মৃত্যু হোৱা বুলিয়েই বাতৰিটোত আশংকা প্ৰকাশ কৰা হৈছে।
ব্ৰিটেইনৰ চোৰাংচোৱা সংস্থাৰ এক প্ৰতিবেদন অনুসৰি  অক্সিজেনৰ অভাৱত তাত  থকা লোক কেইজনৰ মৃত্যু ঘটা বুলি কোৱা হৈছে।  অৱশ্যে, চীনা কৰ্তৃপক্ষই এই ঘটনা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে। তেওঁলোকে দাবী কৰে যে ব্ৰিটেইনৰ প্ৰতিবেদন সম্পূৰ্ণ মিছা।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি