--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰিয়ানা বিধানসভা নিৰ্বাচন সমীপত ৷ আজি অৰ্থাৎ শনিবাৰে চণ্ডীগড়ত কংগ্ৰেছে প্ৰকাশ কৰে হাৰিয়ানা বিধানসভা নিৰ্বাচন ২০২৪ৰ ইস্তাহাৰ। কংগ্ৰেছৰ ৪০ ​​পৃষ্ঠাৰ ইস্তাহাৰত দলটোৱে মানুহক ২৫ লাখ টকা পৰ্যন্ত আৰু মহিলাক প্ৰতিমাহে ২০০০ টকা বিনামূলীয়া চিকিৎসা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে।


 ইয়াৰ উপৰিও ছটলেজ-যমুনা লিংক (SYL) খালৰ পৰা পানী লোৱাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। ইয়াৰ সাত দিন আগতে দিল্লীত কংগ্ৰেছে হাৰিয়ানাৰ জনসাধাৰণৰ বাবে সাতটা নিশ্চয়তা ঘোষণা কৰিছিল। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ নেতৃত্বত সাতটা প্ৰতিশ্ৰুতি আৰু দৃঢ় উদ্দেশ্যৰ নামত মুকলি কৰা হৈছিল।


ইস্তাহাৰ প্ৰকাশ কৰাৰ সময়ত কংগ্ৰেছে সকলো শ্ৰেণীকে গুৰুত্ব প্ৰদান কৰিছে বুলি দাবী কৰে। এই ইস্তাহাৰত সকলোৰে বাবে গুণগত শিক্ষা, যুৱক-যুৱতীক কৰ্মসংস্থাপন, ২৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ দৰে স্বাস্থ্য সুবিধা আদি অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও মহিলাসকলক প্ৰতিমাহে ২০০০ টকা আৰ্থিক সাহায্য প্ৰদান, কৃষক আয়োগ গঠন, নূন্যতম সহায়ক মূল্য (এম এছ পি)ৰ নিশ্চয়তা, আৰু অভাৱগ্ৰস্ত লোকসকলক ১০০ বৰ্গ গজৰ প্লটৰ প্ৰতিশ্ৰুতি দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ