--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হৃদযন্ত্ৰ আমাৰ শৰীৰৰ এক অতি গুৰুত্বপূৰ্ণ অংগ, ই জীৱনৰ আৰম্ভণিৰ পৰা শেষলৈকে অবিৰামভাৱে কাৰ্য সম্পাদন কৰি থাকে। সেয়েহে আমি নিয়মীয়াকৈ যদি হৃদযন্ত্ৰৰ যত্ন লোৱা নলওঁ, তেন্তে হাৰ্টএটেক, ক’ৰ’নাৰী আৰ্টেৰী ডিজিজ আৰু ট্ৰিপল ভেছেল ডিজিজৰ দৰে বিপজ্জনক আৰু মাৰাত্মক ৰোগৰ আশংকা বাঢ়ি যায়। গতিকে আমি দৈনন্দিন খাদ্যৰ পৰা তেলীয়াযুক্ত খাদ্য বাদ দি হালধীয়া ফলমূল আৰু শাক-পাচলি গ্ৰহণ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্য সুস্থ আৰু উন্নত কৰিব পাৰো।

এইসমূহ হালধীয়া খাদ্যই হাৰ্টএটেক পৰা ৰক্ষা কৰে-

১. আম:-সুস্বাদু আৰু মিঠা ফল আম স্বাস্থ্যৰ বাবে উপকাৰী। ই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।

২. নেমুঃ-নেমু ঔষধি গুণেৰে সমৃদ্ধ খাদ্য, যিটো চালাডৰ পৰা আৰম্ভ কৰি লেমনেডলৈকে সকলোতে ব্যৱহাৰ কৰা হয়, ই হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ লগতে ওজন হ্ৰাস কৰাত সহায় কৰে।

৩. কলঃ-কল স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী ফল। নিয়মিতমিতভাৱে কল খালে ওজন হ্ৰাস হোৱাৰ লগতে হৃদযন্ত্ৰও সুস্থ কৰি ৰাখে।

৪. আনাৰসঃ-আনাৰস অতি মিঠা আৰু সোৱাদযুক্ত ফল, কিন্তু আনাৰস  খালে হাৰ্ট এটেকৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস পায়। কিন্তু ইয়াক খাব নালাগে কাৰণ এই ফল অতি মিঠা হোৱাৰ বাবে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়।

৫. হালধীয়া কেপচিকামঃ-এইবিধ পাচলিত আঁহ, আইৰণ আৰু ফ’লেট প্ৰচুৰ পৰিমাণে পোৱা যায়, যাৰ বাবে শৰীৰে যথেষ্ট শক্তি লাভ কৰে আৰু একে সময়তে শৰীৰত তেজৰ অভাৱ দূৰ হয় হোৱাৰ লগতে হৃদযন্ত্ৰও সুস্থ হৈ থাকে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস