--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকালটো হয়তো সুখকৰ হ’ব পাৰে, কিন্তু ই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে ডাঙৰ ভাবুকি হৈ পৰিব পাৰে। ঠাণ্ডাত হাৰ্ট এটেকৰ ৰোগী দ্ৰুতগতিত বৃদ্ধি পায়। বিশেষজ্ঞসকলে কয় যে ঠাণ্ডা বতৰত ৰক্তবাহী নলী সংকুচিত হয়, যাৰ বাবে ৰক্ত যোগান লেহেমীয়া হয় আৰু ৰক্তচাপ উচ্চ হৈ পৰে। এই কাৰণেই শীতকালত হাৰ্ট এটেকৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়।

ঠাণ্ডা বতৰত উষ্ণতা কমি যোৱাৰ ফলত তেজ ঘন হৈ পৰে। ইয়াৰ ফলত তেজৰ সোঁত লেহেমীয়া হয় আৰু হৃদযন্ত্ৰৰ ওপৰত চাপ বাঢ়ি যায়। ঠাণ্ডা উষ্ণতাৰ বাবে ৰক্তচাপ বাঢ়িবলৈ আৰম্ভ কৰে আৰু হাৰ্ট এটেকৰ সম্ভাৱনা বাঢ়ি যায়। পৰিসংখ্যা অনুসৰি ৰাতিপুৱা হাৰ্ট এটেকৰ প্ৰাদুৰ্ভাৱ বেছি।

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে এই সৰু কামটো কৰক

চিকিৎসকে কয় যে শীতকালত ৰাতিপুৱা বিচনাৰ পৰা উঠাৰ লগে লগে হঠাৎ থিয় নহ’ব। লগে লগে সাৰ পালে তেজ সঠিকভাৱে হৃদযন্ত্ৰ আৰু মগজুলৈ নাযায়, যাৰ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। বিচনাৰ পৰা উঠাৰ আগতে:
- প্ৰথমে উঠি ২০ৰ পৰা ৩০ ছেকেণ্ডলৈকে বহক।
- ইয়াৰ পিছত ভৰি দুখন বিচনাৰ দাঁতিত ওলোমাই ১ মিনিট বহিব।
তাৰ পিছত জেকেট বা চুৱেটাৰ পিন্ধি আৰামত উঠিব।
- এই অভ্যাসে ৰক্ত সঞ্চালনত ভাৰসাম্য ৰক্ষা কৰিব আৰু হাৰ্ট এটেকৰ সম্ভাৱনা কম কৰিব।


শীতকালত হাৰ্ট এটেকৰ লক্ষণ

- বুকুৰ বিষ
- অত্যধিক ঘাম ওলোৱা
- উচ্চ ৰক্তচাপ
- উচ্চ কলেষ্টেৰল
- উশাহ লোৱাত অসুবিধা

হাৰ্ট এটেকৰ পৰা হাত সাৰিবলৈ সুস্থ জীৱনশৈলী গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। জাংক ফুড, ধঁপাত আৰু মদৰ পৰা আঁতৰি থাকক। দৈনিক যোগাসন আৰু প্ৰাণায়াম কৰক। নিমখ আৰু চেনিৰ পৰিমাণ কমাই দিব। নিয়মিতভাৱে হৃদযন্ত্ৰৰ শক্তি পৰীক্ষা কৰক আৰু বাদাম, গোটা শস্য আৰু প্ৰটিনৰ দৰে স্বাস্থ্যকৰ খাদ্যৰ পৰিমাণ বৃদ্ধি কৰক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধৰ্মান্তৰ আৰু দ্বিতীয় বিবাহৰ অভিযোগ; শিলচৰত জীৱিত কন্যাৰ প্ৰতীকী পিণ্ডদান কৰি শ্ৰাদ্ধানুষ্ঠান সম্পন্ন পিতৃৰ
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
ভাৰতীয় শাস্ত্ৰীয় নৃত্য-সংগীত আৰু সাংস্কৃতিক ঐতিহ্যৰ বৰ্ণিল প্ৰকাশেৰে অনুষ্ঠিত ‘সুৰ সংগম মহোৎসৱ’
মুজফ্ফৰনগৰত মৰ্মান্তিক ঘটনা! বিদ্যালয়ৰ খেল-ধেমালি প্ৰতিযোগিতাত ভাগ লওতে ১০ বছৰীয়া ছাত্ৰৰ হাৰ্ট এটেকত মৃত্যু
বিদ্যুৎ বিলৰ পৰা ৰেহাই পাব জনপ্রতিনিধিয়ে
জীয়াভৰলীত উভৈনদী দুষ্প্রাপ্য শিলঘৰীয়া মাছ
বৰা চাউল জলপানৰ স্বাস্থ্য উপকাৰিতা আৰু পুষ্টিগুণ
নেপালত ভয়ংকৰ ঘটনা! অৱতৰণৰ সময়তে দুখন হেলিকপ্টাৰৰ সংঘৰ্ষ; মৃত্যুক সাবটিলে ভাৰতীয় পৰ্যটকে
চেনিৰ আঁৰত লুকুৱাই অনা ১.২৬ কোটি টকাৰ কফ ছিৰাপ জব্দ কাছাৰ আৰক্ষীৰ; আটক দুজন
সৌৰভ দুৱৰাৰ ‘ফিছিং নেট ইন উইণ্টাৰ মর্নিং’লৈ আন্তর্জাতিক স্বীকৃতি