--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেৱল মোদী আৰু হিন্দুত্বই যথেষ্ট নহয়! বিজেপিৰ প্ৰতি এইদৰে সকিয়নী প্ৰেৰণ কৰিলে খোদ আৰএছএছ-এ। আৰএছএছৰ ইংৰাজী মাউথপিছ ‘অৰ্গেনাইজাৰ’ৰে এই সতৰ্ক বাণী কৰিছে।

কিছুদিন পূৰ্বে ‘অৰ্গেনাইজাৰ’ত প্ৰকাশিত সম্পাদকীয় এটাই স্পষ্ট কৰি দিছে যে কেৱল মোদীৰ জনপ্ৰিয়তা বা হিন্দুত্বই বিজেপিক শক্তিশালী কৰিব নোৱাৰে। বিজেপিয়ে যদি জয়ী হ’ব বিচাৰে তেন্তে দেশত শক্তিশালী নেতৃত্ব গঢ়ি তোলাৰ প্ৰয়োজন।

‘অৰ্গেনাইজাৰ’ৰ সম্পাদকীয় স্তম্ভত কোৱা হৈছে যে কেৱল মোদীৰ ভাবমূর্তি আৰু হিন্দুত্ববাদী ৰাজনীতিৰে নির্বাচনত জয়ী হ’বলৈ যথেষ্ট নহয়৷ আঞ্চলিক পৰ্যায়ত দক্ষ নেতৃত্ব গঢ়ি তোলাৰ প্ৰয়োজন। সেই সম্পাদকীয়ত লগতে কোৱা হৈছে যে এইটোৱেই বিজেপিৰ জ্ঞানলৈ অহাৰ উপযুক্ত সময়।

উল্লেখ্য যে শেহতীয়াকৈ বিভিন্ন সমীক্ষা সংস্থাৰ মতে, দেশৰ জনপ্ৰিয় নেতাৰ শীৰ্ষত থাকিলেও এতিয়া বিজেপিৰ জয়ৰ বাবে কেৱল নৰেন্দ্ৰ মোদীৰ মুখখনেই এতিয়া যথেষ্ট নহয়। বিগত কেইটামান নিৰ্বাচনত, বিশেষকৈ পশ্চিমবংগ, হিমাচল প্ৰদেশ আৰু কৰ্ণাটকত মোদীৰ ইমেজ আৰু যাদু দুয়োটাই বেয়াকৈ মুখথেকেচা খাইছে।

আৰএছএছ-এ এই তিনিটা নিৰ্বাচনত বিজেপিয়ে পৰাস্ত হোৱাৰ পাছত গেৰুৱা শিবিৰৰ বাবে আগন্তুক পথ যে পূৰ্বৰ দৰে সহজ হৈ থকা নাই সেয়া স্বীকাৰ কৰি লৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস