--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ‘‘গুগল হ্যে ত’ মুমকীন হ্যে…”- মুঠতে গুগলে কৰিব নোৱাৰা কাম একো নাই। গোলকীয় বিশ্বখনৰ মানুহৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে গুগল। খাদ্য, বস্ত্ৰ, বাসস্থান মানুহৰ যিদৰে মৌলিক প্ৰয়োজন, সেইদৰে গুগলকো বৰ্তমান আমি মৌলিক প্ৰয়োজনীয় উপাদান বুলি ক'লে একো বঢ়াই কোৱা নহ’ব। কিয়নো আমি পুৱাৰপৰা আৰম্ভ কৰি নিশা শোৱালৈকে পদে পদে গুগলত বিছাৰোঁ আমি নজনা কথাবোৰ। আজি গুগলৰ ২৩সংখ্যক জন্মবাৰ্ষিকী।

১৯৯৬ চনতে কেলিফৰ্ণিয়াৰ ‘ষ্টেনফৰ্ড বিশ্ববিদ্যালয়’ৰ গৱেষক ছাত্ৰ লেৰী পেজ আৰু চাৰ্জে ব্ৰিনে প্ৰথমে এটা প্ৰকল্প হিচাপে আৰম্ভ কৰিছিল গুগলক আৰু তাৰ পাছতে প্লেটফৰ্মটোৱে মানুহৰ মাজত জনপ্ৰিয়তা লাভ কৰে। অৱশ্যে গুগলে পূৰ্বৰেপৰাই কোনো বিশেষ দিনত তেওঁলোকৰ জন্মদিন পালন নকৰে। গুগলৰ জন্মৰেপৰা ভিন্ন দিনত তেওঁলোকৰ জন্মদিন উদ্যাপন কৰে, শেহতীয়াকৈ এইবাৰ তেওঁলোকৰ ২৩ বছৰীয়া জন্মদিনটো ২৭ ছেপ্তেম্বৰ অৰ্থাৎ আজি পালন কৰিছে। এই বিশেষ দিনটোত গুগলে তেওঁলোকৰ হোমপেজত সন্নিৱিষ্ট কৰিছে এটা বিশেষ কেক, য’ত দেখিবলৈ পোৱা গৈছে ডুডল আৰ্টত মমবাতি সৈতে লিখা আছে ‘শুভ ২৩সংখ্যক জন্মদিন গুগল’।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ