--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছেগা-চোৰোকাকৈ চলি আছে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ চৰ্চা৷ বিবেক অগ্নিহোত্ৰী পৰিচালিত ‘দ্য কাশ্মীৰ ফাইলছ’ চিনেমাখন ছুপাৰহিট চিনেমা হিচাপে ইতিমধ্যে চিহ্নিত হৈছে। চিনেমাখনে বক্স অফিচত যথেষ্ট পৰিমাণৰ উপাৰ্জনো কৰিছে। চিনেমা সমালোচকসকলৰ উপৰি সাধাৰণ দৰ্শকেও পচন্দ কৰিছে।

চিনেমানত কাশ্মীৰী পণ্ডিতসকলৰ দুখ-দুৰ্দশাক দেখুওৱা হৈছে। এতিয়া বলীউডৰ প্ৰবীণ অভিনেত্ৰী আশা পাৰেখে এই সন্দৰ্ভত প্ৰকাশ কৰিছে বিবৃতি পাৰেখে লক্ষ্য কৰি লৈছে বিবেক অগ্নিহোত্ৰীক৷

চিনেমাখনৰ পৰা উপাৰ্জিত ধনৰাশিৰে বিবেকে জম্মু আৰু কাশ্মীৰত পানী আৰু বিদ্যুৎ অবিহনে বাস কৰা হিন্দুসকলক সহায় কৰা নাছিল কিয় বুলি আশা পাৰেখে প্ৰশ্ন কৰে৷

‘চিএনবিচি আৱাজ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আশা পাৰেখক সোধা হৈছিল যে তেওঁ বিতৰ্কিত চিনেমা ‘দ্য কাশ্মীৰ ফাইলছ’ আৰু ‘দ্য কেৰালা ষ্টৰী’ চাইছে নেকি? এই দুয়োখন চিনেমায়ে বক্স অফিচত আশাপ্ৰদ ব্যৱসায় কৰিছিল। যাৰ উত্তৰত আশা পাৰেখে ওলোটাই সুধিছিল যে মানুহে এই চিনেমাবোৰৰ পৰা কি পাইছে? 

আত্ম-প্ৰতিক্ৰিয়া ব্যক্ত কৰি আশা পাৰেখে কয়, মই চিনেমাবোৰ দেখা নাই, তেন্তে মই বিতৰ্কৰ বিষয়ে কেনেকৈ ক’ম? যদি মানুহে ভাল পায়, তেন্তে এনে ধৰণৰ চিনেমা চোৱা উচিত।

আশা পাৰেখে লগতে কৈছিল যে চিনেমাখনৰ প্ৰযোজকে ইয়াৰ পৰা ৪০০ কোটি উপাৰ্জন কৰিছিল। তেন্তে তেওঁলোকে জম্মুত বাস কৰা হিন্দু কাশ্মীৰীসকলক কিমান টকা দিছিল? যিসকলৰ পানী নাই, বিদ্যুৎ নাই তেওঁলোকক তেওঁলোকে কিমান টকা দিছিল? যদি ৪০০ কোটিৰ ভিতৰত ২০০ কোটি উপাৰ্জন কৰিছে, তেন্তে ৫০ কোটি টকা দিব পাৰিলেহেঁতেন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ