--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ দাভানগেৰত থকা  খ্ৰীষ্টান মিছনেৰীসকলৰ দ্বাৰা পৰিচালিত ডন বস্কো বিদ্যালয়ত কেইবাটাও অনিয়ম  ধৰা পৰিছে৷  ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে (এনচিপিচিআৰ) সেই অনিয়মসমূহ  তদন্ত কৰি  থকাৰ সময়তে কেতবোৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷  

এনচিপিচিআৰৰ দলটোৱে শিশু আশ্ৰয় কেন্দ্ৰত উপস্থিত হৈছিল। সংগঠনটোৰ সভাপতি প্ৰিয়ংকা কানুংগোৱে এই সময়ছোৱাত প্ৰাপ্ত এখন কাগজৰ টুকুৰাৰ  ফটো শ্বেয়াৰ কৰিছে। এই টুকুৰাটোত সামগ্ৰীৰ নাম, তাৰিখ আৰু মূল্য লিখা আছে। যিবোৰ বস্তুৰ নাম ইয়াত লিখা আছে তাৰ ভিতৰত আছে গোমাংসও।



এই কথা উল্লেখ কৰি প্ৰিয়ংকা কানুংগোৱে তেওঁৰ টুইটত কৈছে যে এই সন্দেহজনক মাংসবিধ  পাকঘৰ  পৰিদৰ্শন কৰাৰ  সময়তো পোৱা গৈছে৷    দলটোৰ এগৰাকী সদস্যা ডাঃ দিব্যা গুপ্তাই   আৱৰ্জনাৰ মাজৰ  পৰা গোমাংস ক্ৰয় কৰাৰ  বিল বিচাৰি পাইছিল।সেই শিশুগৃহটোত বহু  সংখ্যক হিন্দু শিশু থকা স্বত্বেও সকলো শিশুক খ্ৰীষ্টান ধৰ্ম পালন কৰিবলৈ বাধ্য কৰা হৈছে আৰু তাত গোমাংস ৰন্ধা হৈছে বুলি তেওঁলোকে অভিযোগ কৰে।এই বিষয়ত  প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে প্ৰতিষ্ঠানটোৰ তৰফৰ পৰা  এখন জাননী জাৰি কৰা হৈছে।

এনচিপিচিআৰে এনেদৰে হিন্দু শিশু থকা আশ্ৰয়গৃহত গো-মাংস পৰিবেশন কৰাৰ বিষয়টো পোহৰলৈ অনাৰ পিছতে কৰ্ণাটকত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক