--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহেশ কন্যা আলিয়া ভাট মাতৃ হ’বলৈ ওলাছে। আলিয়াৰ এই খবৰ ছ’চিয়েল মিডিয়াত পলকতে ভাইৰেল হৈ পৰে। অনুৰাগীয়ে কমেণ্টত শুভেচ্ছাবাণীৰে উপচাই দিয়ে প্ৰিয় অভিনেত্ৰীগৰাকীক। আলিয়াই সকলোকে শুভকামনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তদুপৰি একাংশ খবৰত বিতুষ্ট হৈ পৰিছে অভিনেত্ৰীগৰাকী। মঙলবাৰে এনে কেতবোৰ বিষয়ক লৈ নিজৰ ছ’চিয়েল মিডিয়া প্ৰফাইলত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে নায়িকা গৰাকীয়ে।

লণ্ডনত ‘হাৰ্ট অৱ ষ্টোন’ৰ শ্বুটিং কৰি আছে আলিয়াই। জুলাই মাহৰ মাজভাগত তেওঁ দেশলৈ ঘূৰি আহিব, সেইটোৱেই আছিল খবৰ। সৰ্বভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, জুলাইত আলিয়া শ্বুটিঙৰ পৰা ঘূৰি আহিব। ৰণবীৰে নিজেই লণ্ডনৰ পৰা মুম্বাইলৈ আনিব। এনেকৈয়ে আলিয়াই নিজৰ গৰ্ভাৱস্থাৰ পৰিকল্পনা কৰিছিল যাতে তেওঁৰ বাকী সকলো চিনেমাৰ কাম শেষ হৈ যায়। সেই খবৰটো দেখি খঙত জ্বলি পকি উঠিছে অভিনেত্ৰীগৰাকী।

বিয়াৰ ডেৰ-দুমাহ পাছতেই সন্তান সম্ভৱা হৈ উঠিছে আলিয়া। ঘৰতে বিয়াৰ অনুষ্ঠানৰ পাছত হনীমুনলৈ যোৱা নাছিল আলিয়া-ৰণবীৰ। সূত্ৰ অনুসৰি, এইবাৰ বেবীমুনৰ বাবে তাৰকা দম্পতীয়ে কিবা পৰিকল্পনা আছে। জুলাই মাহৰ মাজভাগত আলিয়াৰ শ্বুটিং শেষ হোৱাৰ লগে লগে লণ্ডনলৈ যাব ৰণবীৰ কাপুৰ। তাৰ পৰা দুয়ো একেলগে ইউৰোপৰ এখন গাঁৱলৈ যাব। স্বাভাৱিকতে, হনীমুনৰ পৰিৱৰ্তে বেবীমুনলৈ ওলাইছে নেকি আলিয়া-ৰণবীৰ? তাকে জানিবলৈ এতিয়া উদগ্ৰীৱ হৈ পৰিছে অনুৰাগী…!



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ