--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত তেওঁ এটা গেছ ষ্টেছনত অংশকালীন কর্মী হিচাপে কাম কৰি আছিল।

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ডালাছত এজন ভাৰতীয় শিক্ষার্থী দন্ত চিকিৎসকক গুলীয়াই হত্য কৰাৰ বাতৰি পোহৰলৈ আহিছে। হায়দৰবাদৰ ২৭ বছৰীয়া চন্দ্ৰশেখৰ পোলে নামৰ চিকিৎসা বিজ্ঞানৰ ভাৰতীয় ছাত্রজনে ডেণ্টেল ছাৰ্জাৰীত স্নাতক ডিগ্রী লাভ কৰি উচ্চ শিক্ষাৰ বাবে আমেৰিকাৰ ডালাছলৈ গৈছিল।


হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত তেওঁ এটা গেছ ষ্টেছনত অংশকালীন কর্মী হিচাপে কাম কৰি আছিল। গেছ ষ্টেছনটোত কৰ্মৰত হৈ থকা সয়মতে এজন অচিনাক্ত বন্দুকধাৰীয়ে তেওঁক গুলীয়াই হত্যা কৰে। ২০২৩ চনত তেওঁ আমেৰিকালৈ গৈছিল আৰু ছমাহ পূর্বে তেওঁ ডেন্টেল ছাৰ্জাৰীত স্নাতকোত্তৰ ডিগ্রী লাভকৰিছিল আৰু সংস্থাপনৰ সন্ধানত আছিল।


কিন্তু এই সময়তে তেওঁ গেছ ষ্টেছনটোত অংশকালীন হিচাপে কাম কৰি আছিল। ইফালে, হায়দৰাবাদস্থিত চন্দ্ৰশেখৰৰ পৰিয়ালে স্থানীয় বিধায়কৰ সহযোগত মৃতদেহটো ভাৰতলৈ অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। ডালাছ আৰক্ষীয়ে ইতিমধ্যে এই বিষয়ত তদন্ত আৰম্ভ কৰিছে।


উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ