--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • এয়া হ'ব ভাৰতলৈ তেওঁৰ প্ৰথম আনুষ্ঠানিক ভ্রমণ।

ডিজিটেল ডেস্কঃ ব্ৰিটিছ প্রধানমন্ত্রী কীয়াৰ ষ্টাৰ্মাৰে ৮-৯ অক্টোবৰত দুদিনীয়া ভ্রমণসূচীৰে ভাৰতলৈ আহিব।


এয়া হ'ব ভাৰতলৈ তেওঁৰ প্ৰথম আনুষ্ঠানিক ভ্রমণ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্রণক্রমে ভ্রমণ কার্যসূচী গ্রহণ কৰা ষ্টাৰ্মাৰে ৯ অক্টোবৰত মুম্বাইত মোদীৰ সৈতে বৈঠকত মিলিত হ'ব।


তেওঁলোকে 'ভিজন ২০৩৫' অনুসৰি ভাৰত-ইউ কেৰ সৰ্বাত্মক ৰণকৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ বিষয়ে কথা পাতিব।


দুয়োজন নেতাই ব্যৱসায় আৰু উদ্যোগ ক্ষেত্ৰৰ নেতৃবৃন্দৰ সৈতে বাৰ্তালাপ কৰিব। প্ৰধানমন্ত্ৰী মোদী আৰু ষ্টাৰ্মাৰে মুম্বাইত অনুষ্ঠিত হ'বলগীয়া ষষ্ঠ 'গ্ল'বেল ফিনটেক ফেষ্ট'তো অংশগ্ৰহণ কৰিব।


উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ