--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী অসমীয়া যুৱকৰ সংগীতে জিনিছে বিশ্ববাসীৰ হৃদয়। নাম অভিৰুক পাটোৱাৰী। শেহতীয়াকৈ তেওঁৰ এটা গীতে  iTunesত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। 

এই গীতেৰে বিশ্বব্যাপি জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে অভিৰুকে। 

নিসংগতা, হীনমন্যতা আদি বিষয়বোৰ সামৰি সৃষ্টি কৰা অভিৰুকৰ ‘Hold me tonight’ শীৰ্ষক গীতটো সম্প্ৰতি বহুলভাৱে জনপ্ৰিয় হৈ পৰিছে। 

গীতটোৰ সুৰ, কথা, সংগীত আৰু কণ্ঠ অভিৰুক পাটোৱাৰীৰ। 

উল্লেখ্য যে অভিৰুক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু জনপ্ৰিয় সাহিত্যিক ৰীতা চৌধুৰীৰ পুত্ৰ। 

অভিৰুকৰ এই সাফল্যই আনন্দৰ বতৰা কঢ়িয়াই আনিছে অসমলৈ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ