--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় টেলিভিচন জগতৰ জনপ্ৰিয় অনুষ্ঠান ‘কৌন বনেগা কৰৌড়পতি’ অনুষ্ঠানৰ হষ্ট তথা জনপ্ৰিয় অভিনেতা অমিতাভ বচ্চনে শেহতীয়াকৈ ‘কৌন বনেগা কৰৌড়পতি’ৰ ষোল্ল নং খণ্ডত প্ৰেম সম্পৰ্কত সকলো বিবাহিত দম্পতীৰ বাবে প্ৰেৰণ কৰে এক বাৰ্তা। 

বিগ বিয়ে প্ৰতিযোগী দীপালী ছোনীক স্বামীৰ সৈতে প্ৰেমৰ কাহিনী সম্পৰ্কে কৰা প্ৰশ্নৰ প্ৰত্যুত্তৰৰ আঁত ধৰি বিগ বিয়ে প্ৰেম সম্পৰ্কত মন্তব্য কৰি কয় ‘বিবাহিত দম্পতী য’তেই যাওঁক ভিডিঅ’ বনাব লাগে।’এনেদৰে প্ৰেমৰ মাদকতা জীপাল হৈ থাকিব বুলি মন্তব্য দিয়ে অভিনেতা গৰাকীয়ে৷ 

অমিতাভ বচ্চনে প্ৰেম সম্পৰ্কে বক্তব্য প্ৰদান কৰা পাছতে, এটা পুৰণি ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল য’ত অভিষেক-ঐশ্বৰ্য্যাৰ বিবাহ বিচ্ছেদৰ উৰাবাতৰি সম্পৰ্কে কোৱা দেখা গৈছিল। 

সমাজত জনপ্ৰিয়তা লাভ কৰা তাৰকাসকলৰ ব্যক্তিগত জীৱনক লৈ এনেধৰণৰ উৰাবাতৰিৰ ঘটনা কোনো নতুন কথা নহয়। যান্ত্ৰিকতাৰ মাজত ম্লান পৰি যোৱা প্ৰেমক উজ্জীৱিত কৰি ৰাখিবলৈ আহ্বান জনায় জনপ্ৰিয় অভিনেতা গৰাকীয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ