--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:অলপতে কফি উইথ কৰণত দেখা গৈছিল বলিউডৰ তাৰকা জাহ্নৱী কাপুৰক। এই অনুষ্ঠানতেই মডেল ৰাহুল খান্নাৰ বিষয়ে কিছু আমোদজনক মন্তব্য কৰিছিল জাহ্নৱীয়ে৷ কৰণৰ প্ৰশ্নত জাহ্নৱীয়ে স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল যে তেওঁ কিছুদিনৰ পৰা চ’চিয়েল মিডিয়াত অভিনেতা তথা মডেল ৰাহুল খান্নাক অনুসৰণ কৰি আছে৷ ৰাহুল খান্নাক আকৰ্ষণীয় আৰু হট বুলিও মন্তব্য কৰে জাহ্নৱীয়ে ৷

জাহ্নৱীৰ এই  প্ৰশংসা সম্পৰ্কে এতিয়া মুখ খুলিছে ৰাহুল খান্নাই। ৰাহুলে জাহ্নৱীক মৰমলগা আৰু আত্মবিশ্বাসী বুলি মন্তব্য কৰে৷ সেই অনুষ্ঠানটো চোৱা  নাছিল যদিও  সকলোতে চৰ্চিত হোৱাত এই বিষয়ে জানিব পাৰিছিল ৰাহুল খান্নাই৷ জাহ্নৱীৰ মুখত এনে প্ৰশংসা শুনিবলৈ পায় যথেষ্ট সুখী হৈ পৰিছে ৰাহুল৷ 
জাহ্নৱীক আগতে নাপালেও জাহ্নৱীৰ পিতৃ বনী কাপুৰক ভালদৰে জানো বুলিও কয় ৰাহুলে৷ নিজ পিতৃ  বিনোদ খান্নাৰ সৈতে অভিনয় কৰি থকাৰ সময়ত বহুবাৰ জাহ্নৱীৰ মাতৃ শ্ৰীদেৱীক লগ পাইছিল ৰাহুলে৷ জাহ্নৱীৰ আত্মবিশ্বাসৰ বাবে স্বৰ্গীয় মাতৃ  শ্ৰীদেৱীয়ে হয়তো জাহ্নৱীক লৈ সদায় গৌৰৱ কৰে বুলিও কয় ৰাহুলে৷ 

বৰ্তমান জাহ্নৱী ডিজনী হটষ্টাৰত মুক্তি পাব লগীয়া “গুড লাক জেৰী” নামৰ ছবিখনৰ প্ৰচাৰত ব্যস্ত। উল্লেখ যোগ্য যে এই ছবিখনত জাহ্নৱীয়ে জেৰীৰ চৰিত্ৰত অভিনয় কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ