--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জবা ফুল অসমৰ এবিধ থলুৱা ফুল। অসমীয়া মানুহৰ ফুলৰ বাগিচাত এইবিধ ফুলে শুৱনি কৰি ৰাখে। জবা ফুল খুব সহজতে গজা এবিধ গছ। জবা ফুলক আছে বহু উপকাৰী গুণ। জবা ফুল বহু প্ৰকাৰৰ বা ৰঙৰ আছে তাৰে ভিতৰত ৰঙা জবা ৰক্ত জবা বেছিকৈ উপকাৰী। ৰঙা জবা এবিধ প্ৰসিদ্ধ ফুল। ইয়াক সকলোৱে চিনি পায়।

জানো আহক জবা ফুলেৰে কিদৰে উপকাৰ সাধন কৰিব পাৰি।   

১) যদি আপোনাৰ উচ্চ ৰক্তচাপ আছে জবা ফুল পিছি ৰস উলিয়াই খালি পেটত খালে ১৫ পৰা এমাহলে ব্যৱহাৰ কৰিলে সম্পূৰ্ণ ৰূপে ফলাফল লাভ কৰিব।

২) মহিলাৰ মাহেকীয়া হলে যদি বিষ অনুভৱ হয় তেন্তে ৰাতিপুৱা খালি পেটত ৪/৫ পাহ মান জবা ফুল পিছি ৰস উলিয়াই নিয়মিতভাৱে খালে ভাল পাব। যথেষ্ট আৰাম অনুভৱ কৰিব ।

৩) শৰীৰৰ বাবে অনুপযোগী কলেষ্টৰল বঢ়িলে ৰাতিপুৱা খালী পেটত জবা ফুলৰ পাহ চোৱাই খাব পাৰে বা ৰস গাখীৰৰ লগত মিহলাই খালে ফলাফল লাভ কৰিব

৪) জবা ফুল পিছি নাৰিকল তেলৰ লগত মিহলাই সানিলে চুলি উজ্জল আৰু ক’লা হয় ।

৫) যদি আপোনাৰ চুলি সোনকালে পকিছে বা সৰে তেনেহলে এমাহ জবা ফুলৰ ৰস আৰু আমলখিৰ ৰস সানিলে খুব সোনকালেই ফলাফল লাভ কৰিব ।

৬) ই উষ্ণবীৰ্য, কফ, বায়ুনাশক, ইন্দ্ৰলুপ্ত (টাক পৰা) ৰোগত হিতাকাৰক। 

৭) কৃমি নাশক আৰু বমনকাৰক। 

৮) জবাফুলৰ পাতে প্ৰস্ৰাৱৰ সমস্যা ঠিক কৰে।

৯) জৰায়ুৰ ক্ৰিয়া জবা ফুলে ভাল কৰে। 

১০) বহুদিন মাহেকীয়া নহ’লেও ইয়াক খালে ভাল ফল পোৱা যায়।

১১)জাবাফুল এক প্ৰাকৃতিক স্ক্ৰাবাৰ৷ এই ফুলে ছালৰ মৃত কোষবোৰ উজ্জ্বল কৰি তোলে৷ বয়সৰ দাগ আঁতৰাই ছালখন উজ্জ্বল জীৱন্ত ৰূপ কৰে৷ ।

গতিকে ৰঙা জবাৰ উপকাৰিতা গ্ৰহণ কৰক আৰু সুস্বাস্থ্যৱান হৈ থাকক। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ