--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বছৰজোৰা প্ৰতীক্ষাৰ অন্ত পৰিল। লছ এঞ্জেলছৰ হলিউডস্থিত বিখ্যাত ডলবী থিয়েটাৰত প্ৰদান কৰা হয় ৯৫সংখ্যক অস্কাৰ।

জিলিকি উঠে  ডেনিয়েল কোৱান আৰু ডেনিয়েল চ্ছেইনাৰ্টৰ দ্বাৰা পৰিচালিত ছৱি 'এভ্ৰিথিং এভ্ৰিহুৱেৰ অল এট ৱান্স’। ছৱিখনে কেইবাটাও সন্মান লাভ কৰিবলৈ সম্যৰ্থ হয়।

জিলিকি উঠে ভাৰতৰ সংগীতো। 'আৰআৰআৰ’ ছৱিত এমএম কীৰাৱানিৰ দ্বাৰা পৰিচালিত আৰু  ৰাহুল ছিল্পিগুঞ্জ, কালা ভৈৰৱে কণ্ঠদান কৰা 'নাটু নাটু’।

চাওঁ আহক অস্কাৰ লাভ কৰা শিল্পী আৰু ছৱিসমূহৰ তালিকাখনঃ

শ্ৰেষ্ঠ ছৱিঃ
এভ্ৰিথিং এভ্ৰিহুৱেৰ অল এট ৱান্স (Everything Everywhere All at Once)

শ্ৰেষ্ঠ পৰিচালকঃ
'এভ্ৰিথিং এভ্ৰিহুৱেৰ অল এট ৱান্স’ৰ বাবে ডেনিয়েল কোৱান আৰু ডেনিয়েল চ্ছেইনাৰ্ট

শ্ৰেষ্ঠ অভিনেত্ৰীঃ
'এভ্ৰিথিং এভ্ৰিহুৱেৰ অল এট ৱান্স’ৰ বাবে মিকেলা য়হ (Michelle Yeoh)

শ্ৰেষ্ঠ অভিনেতাঃ
'দ্যা হুৱেল’ ছৱিৰ বােব ব্ৰেণ্ডন ফ্ৰেজাৰ (Brendan Fraser)

শ্ৰেষ্ঠ গানঃ
'আৰআৰআৰ’ ছৱিৰ 'নাটু নাটু’

শ্ৰেষ্ঠ ডকুমেণ্টেৰী ছৱিঃ
নাভালনী (Navalny)

শ্ৰেষ্ঠ এডেপ্টেড স্ক্ৰীণপ্লে’ঃ
ৱমেন টকিং (Women Talking)

শ্ৰেষ্ঠ অ’ৰিজিনেল স্ক্ৰীণপ্লে’ঃ
এভ্ৰিথিং এভ্ৰিহুৱেৰ অল এট ৱান্স (Everything Everywhere All at Once)

শ্ৰেষ্ঠ কষ্টিউম ডিজাইনঃ
ব্লেক পান্থাৰঃ ৱাকান্দা ফৰেভাৰ (Black Panther: Wakanda Forever)

শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছৱিঃ
অল কুৱাইট অন দ্যা ৱেষ্টাৰ্ণ ফ্ৰণ্ট (All Quiet on the Western Front)

শ্ৰেষ্ঠ সহঃঅভিনেতাঃ
'এভ্ৰিথিং এভ্ৰিহুৱেৰ অল এট ৱান্স’ৰ বাবে কে হুই কুৱান (Ke Huy Quan)

শ্ৰেষ্ঠ এনিমেচন ছৱিঃ
গুইলাৰ্ম’ ডেল টৰৰ 'পিন’চ্চিয়’ (Guillermo Del Toro’s Pinocchio)

FOLLOW US F
POPULAR
FEATURE
TRENDY
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ