--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: 
 
 জম্মু আৰু কাশ্মীৰৰ সুৰক্ষাত নিয়োজিত থকা সৈনিক কেইজনমান আজি এক ভয়াৱহ বিপদৰ সন্মুখীন হয় ।জম্মু আৰু কাশ্মীৰ আৰক্ষীক কঢ়িয়াই নিয়া এখন বাছ আজি দুৰ্ঘটনাত পতিত হয়। 
 
এই দুৰ্ঘটনাটো চন্দনবাড়ীৰ সমীপত সংঘটিত হৈছে। তথ্য অনুসৰি, বাছখনত আই টি বি পিৰ ৩৭ জন আৰু ২ জন আৰক্ষী জোৱান আছিল৷

প্ৰাপ্ত তথ্য অনুসৰি, ব্ৰেক ফেইল হোৱাৰ ফলতেই বাছখন দুৰ্ঘটনাত পতিত হয়। জোৱান সকলক কঢ়িয়াই নি থকা বাছখন প্ৰায় ২০০ ফুট তলত থকা নদীত পৰি যায়।

 আই টি বি পিৰ ছয়জন জোৱানৰ এই দুৰ্ঘটনাত মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। লগতে বহু কেইজন জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে৷আঘাতপ্ৰাপ্ত জোৱান সকলক শ্ৰীনগৰ স্থিত আৰ্মী চিকিৎসালয়লৈ লৈ যোৱা হৈছে৷ 

চন্দনবাড়ীৰ পৰা পহলগ্ৰামলৈ গৈ থকা এই জোৱান সকলক অমৰনাথ যাত্ৰাৰ ডিউটিৰ বাবে নিয়োজিত কৰা হৈছিল বুলি জানিব পৰা গৈছে৷বাছখনত মুঠ ৩৯ জন সেনা জোৱান আছিল৷ 
 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ