--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাষ্ট্ৰীয় টিভি চেনেল জি টিভি-ৰ ডিআইডি লিট’ল মাষ্টাৰত জিলিকিছে গোগামুখৰ আপ্পুন পেগু৷ ধেমাজি জিলাৰ গোগামুখৰ কণমানি নৃত্যশিল্পী আপ্পুন পেগুৱে ডান্স ইণ্ডিয়া ডান্সত সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাখনত নিজৰ প্ৰতিভাৰে উজলি উঠা আপ্পুনে বিচাৰকৰ মন জয় কৰিবলৈ সক্ষম হৈছে৷


উল্লেখ্য যে, আপ্পুন পেগুৰ বয়স বৰ্তমান আঠ বছৰ৷ জন্মগতভাৱে হৃদৰোগত আক্ৰান্ত আপ্পুনে এই জটিল তথা সংকটজনক পৰিস্থিতিৰ মাজতে গোগামুখ কচুতলিৰ ককা পৰমানন্দ পেগু আৰু আইতাক চিত্ৰাৱতী পেগুৱে আপ্পুনৰ দুখৰ সমভাগী হ’বলৈ ওলাই আহে৷ এতিয়া জটিল ৰোগকো একাষৰীয়া কৰি লিট’ল মাষ্টাৰৰ চূড়ান্ত পৰ্যায়লৈ অগ্ৰসৰ হোৱাৰ পথত আপ্পুন৷


আৰ্থিক দৈন্যতাক একাষৰীয়া কৰি ককা আৰু আইতাকে আপ্পুনৰ বাবে সৰ্বস্ব ত্যাগ কৰি জয়ী কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে৷ বহুজনে আগবঢ়াইছে সহায়ৰ হাতো৷
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক