--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বেংক সম্বন্ধীয় কাম কাজ আছে যদি জানি লওক এই দিন কেইটাৰ বিষয়ে। কাৰণ দেশৰ বিভিন্ন ৰাজ্যৰ বেংক সমূহ জুন ২০২২ মাহত এইকেইটা দিনত বন্ধ থাকিব। অবশ্যে বেলেগ বেলেগ ৰাজ্যৰ বাবে ছুটী পৃথক পৃথক। ইয়াৰ উপৰি সপ্তাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বেংক বন্ধ থাকিব।

২ জুন : মহাৰাণা প্ৰতাপ জয়ন্তী, তেলেংগানা প্ৰতিষ্ঠা দিৱস। হিমাচল প্ৰদেশ, ৰাজস্থান, তেলেংগানা।

৩ জুন : শ্ৰী অৰ্জুন দেৱ তিৰোধান দিৱস উপলক্ষে পঞ্জাবত বন্ধ থাকিব বেংক।

৫ জুন দেওবাৰ।

১১ জুন মাহৰ দ্বিতীয় শনিবাৰে বেংক বন্ধ।

১২ জুন দেওবাৰ।

১৪ জুন মঙলবাৰে পহিলি ৰজা, গুৰু কবীৰ জয়ন্তী, ফলত বেংক বন্ধ থাকিব মিজোৰাম, পঞ্জাব, ওড়িশা, চণ্ডীগড়, হাৰিয়ানাত বেংক বন্ধ থাকিব।

১৫ জুন : ৰাজা সংক্ৰান্তি, গুৰু গোবিন্দ সিংহৰ জন্মদিনসহ স্থানীয় ছুটিৰ দিন।

১৯ জুন দেওবাৰে বেংক বন্ধ, ২২ জুন ত্ৰিপুৰাত স্থানীয় বন্ধ।

২৫ জুন মাহৰ চতুৰ্থ শনিবাৰ, ফলত বেংক বন্ধ।

২৬ জুন দেওবাৰ।

৩০ জুন বুধবাৰে মিজোৰামত বেংক বন্ধ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ