--°C
Loading...
Listen to Article
2 min read
80%
৩১ জানুৱাৰী,২০২২, সোমবাৰ মেষ ৰাশিঃ আৰ্থিক লেনদেন অব্যাহত থাকিব। ঘৰলৈ অতিথি অহাৰ সম্ভাৱনা। বৈবাহিক জীৱন সুখৰ হ’ব। বৃষ ৰাশিঃ আয় বৃদ্ধি। বন্ধুৰ সংগ লাভ। প্ৰিয়জনৰ সংগ উপভোগ কৰি ভাল পাব। কৰ্মক্ষেত্ৰত শুভ। ভ্ৰমণত শুভ। মিথুন ৰাশিঃ আৰ্থিকভাৱে শক্তিশালী হৈ থাকিব। আনক অযথা পৰামৰ্শ নিদিব। প্ৰেমাস্পদৰ প্ৰতি খেয়াল ৰাখিব। পদোন্নতিৰ যোগ। কৰ্কট ৰাশিঃ কৰ্মত সফলতা। আনক সহায় কৰি আপুনি সুখী হব। নতুন যোগাযোগ। খং নিয়ন্ত্ৰণত ৰাখক। সিংহ ৰাশিঃ দিনটো ভালে যাব। কৰ্মত প্ৰশংসা। লেখা-মেলাত ৰাপ বাঢ়িব। ঘৰলৈ বন্ধুৰ আগমন ঘটিব। কন্যা ৰাশিঃ আপোনাৰ উদ্বেগ নিয়ন্ত্ৰণত ৰাখক।মানসিক অশান্তি বাঢ়িব। বন্ধুৰ সৈতে মনোমালিন্য। স্বাস্থ্য পূৰ্বতকৈ উন্নত। তুলা ৰাশিঃ আৰ্থিক লাভালাভ। সহোদৰৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ’ব। পাৰিবাৰিক জীৱন সুন্দৰ হ’ব। আপুনি আপোনাৰ প্ৰিয়জনৰ সৈতে সময় কটাব। বৃশ্চিক ৰাশিঃ উপাৰ্জন দুগুণ হ’ব। বেমাৰৰ পৰা সকাহ পাব। পত্নীৰ প্ৰশংসা পাব। আপুনি একাধিক সমস্যা নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ব। ধনু ৰাশিঃ স্বাস্থ্যত মনোযোগ দিয়ক। আয় বৃদ্ধি। সিদ্ধান্ত লওঁতে সাৱধান হওঁক। আপুনি আজি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু ই আপোনাক শান্তি আনিব। মকৰ ৰাশিঃ বন্ধুবৰ্গৰ সৈতে মনৰ মিল বাঢ়িব। আৰ্থিক সমস্যাৰ সমাধান। সহকৰ্মীসকলৰ পৰা কৰ্মক্ষেত্ৰত সহযোগিতা পাব। ভ্ৰমণ কৰিব পাৰে। কুম্ভ ৰাশিঃ কোনো সৎ মানুহৰ সংগ লাভ। প্ৰেমত শুভ। পৰিয়ালত সুখ বৃদ্ধি। খৰচ বাঢ়িব। মীন ৰাশিঃ কঠোৰ পৰিশ্ৰমে সফলতা প্ৰদান কৰিব। মনৰ আশা পূৰণ হ'ব। কৰ্মক্ষেত্ৰত সাৱধান হ'ব। মানসিক অশান্তি দূৰ হ'ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি