--°C
Loading...
Listen to Article
2 min read
80%

কাবুলঃ কাবুলৰ পৰিস্থিতি এতিয়াও অস্বাভাৱিক। তাৰ মাজতে এটাৰ পাছত আনটো উদ্বেগজনক খবৰে বাতৰিৰ শিৰোনাম দখল কৰা পৰিলক্ষিত হৈছে। কাবুল বিমান বন্দৰত বিশৃংখলতাৰ মাজতে সোমবাৰে অচিনাক্ত বন্দুকধাৰীৰ সৈতে হোৱা গুলীচালনাত এজন আফগান নিৰাপত্তাৰক্ষী নিহত হয় আৰু আন তিনিজন আহত হয়। সোমবাৰে পুৱা এই ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ পোৱা গৈছে।


প্ৰতিবেদন অনুসৰি সোমবাৰে পুৱা কাবুল বিমান বন্দৰৰ উত্তৰ গে’টত সংঘৰ্ষৰ সময়ত আফগান নিৰাপত্তাৰক্ষী এজন নিহত হয় আৰু আন তিনিজন আহত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাৰ্মান সৈন্যই আফগান নিৰাপত্তা কৰ্মীসকলক সুৰক্ষা দিবলৈ আগবাঢ়ি অহাৰ পাছত বন্দুকধাৰীসকলে মাৰণাস্ত্ৰ প্ৰত্যাহাৰ কৰে।


দেওবাৰে বিমান বন্দৰৰ গে’টৰ সন্মুখত হোৱা হতাহতিত ৭জন লোক নিহত হৈছিল। তালিবান আৰু নাটোৱে সদৰী কৰা মতে, ১৫ আগষ্টত তালিবানে কাবুল নিয়ন্ত্ৰণ কৰাৰ পাছত কেৱল বিমান বন্দৰতে ২০জন লোক নিহত হৈছিল। অচিনাক্ত বন্দুকধাৰীৰ সৈতে হোৱা শেহতীয়া গুলীয়াগুলীৰ খবৰ জাৰ্মান সেনাই টুইটাৰৰ জৰিয়তে জানিবলৈ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ