--°C
Loading...
Listen to Article
2 min read
80%

বিবেক অগ্নিহোত্ৰীৰ ‘দ্য কাশ্মীৰ ফাইলছ’ৰ কঠিন প্ৰতিযোগিতাৰ সন্মুখীন হোৱাৰ পাছত অক্ষয় কুমাৰৰ ‘বচ্চন পাণ্ডে’-এ বক্স অফিচত যাদু সৃষ্টি কৰিবলৈ অসমৰ্থ৷

ডিজিটেল ডেস্ক : পৰিচালক বিবেক অগ্নিহোত্ৰীৰ প্ৰশংসাত পঞ্চমুখ অভিনেতা অক্ষয় কুমাৰ৷ শেহতীয়াকৈ মুক্তিপ্ৰাপ্ত ছবি ‘দ্য কাশ্মীৰ ফাইলছ’-এ অভিলেখ সৃষ্টি কৰিছে৷ ছবিখন ৯০ৰ দশকত উপত্যকাৰ পৰা কাশ্মীৰী পণ্ডিতসকলৰ প্ৰস্থানৰ ওপৰত আধাৰিত। বলীউডৰ ছুপাৰষ্টাৰে বিবেকক আটাইতকৈ হৃদয়বিদাৰক ট্ৰেজেডীৰ আঁৰত থকা সত্যক সন্মুখলৈ অনাৰ বাবে প্ৰশংসা কৰিছিল। আনকি তেওঁ কৌতুক কৰি কয় যে, কাশ্মীৰ ফাইলৰ বাবেই বক্স অফিচত শেহতীয়া চলচ্চিত্ৰ বচ্চন পাণ্ডেই ব্যৱসায় কৰিব নোৱাৰিলে। বিবেকে তেওঁৰ অফিচিয়েল টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰা এটা ক্লিপত অক্ষয়ে কয় যে, ‘কাশ্মীৰ ফাইলছ-এ দেশত এক ঢৌৰ সৃষ্টি কৰিছে৷ যিয়ে সমগ্ৰ দেশতেই তোলপাৰ লাগিছে। ৱ’ অলগ বাত হ্যে কি মেৰি পিকচাৰ কো হি দুবা দিয়া৷’ ভিডিঅ'টোৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিবেকে কয়, '#TheKashmirFiles প্ৰশংসাৰ বাবে অক্ষয় কুমাৰক ধন্যবাদ।' ইয়াৰ পূৰ্বে, অক্ষয়ে কাশ্মীৰ ফাইলছৰ তাৰকা অনুপম খেৰক চলচ্চিত্ৰখনত তেওঁৰ অবিশ্বাস্য অভিনয়ৰ বাবে অভিনন্দন জনায়। prag cine awards 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন