--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'দ্য কাশ্মীৰ ফাইলছ'ক লৈ এতিয়া মুখ খুলিছে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুল্লাই । কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীজনে বিবেক অগ্নিহোত্ৰীৰ ছবি 'দ্য কাশ্মীৰ ফাইলছ'ক উদ্দেশ্যে প্ৰণোদিতভাৱে নিৰ্মাণ কৰা হয় বুলি অভিহিত কৰিছে। একে সময়তে আন একাংশ লোকক তেওঁ কয়, "যদি কাশ্মীৰী পণ্ডিতৰ আক্ৰমণৰ বাবে যদি মই দায়বদ্ধ, তেন্তে মোক ফাঁচী দিয়ক।" 'দ্য কাশ্মীৰ ফাইলছ' ১৯৯০ চনত উপত্যকাৰ পৰা কাশ্মীৰী পণ্ডিতসকলক উচ্ছেদ কৰাৰ ওপৰত আধাৰিত। ফাৰুক আব্দুল্লাই কয়, "এই ছবিখন এক বিশেষ সম্প্ৰদায়ক উদ্দেশ্যি নিৰ্মাণ কৰা হৈছে। চলচ্চিত্ৰখনে এটা ঘটনা বৰ্ণনা কৰি তেওঁ কয়, কাশ্মীৰৰ এই ঘটনাটো সকলোৰে বাবে দুখজনক আছিল। আজিও, মোৰ সেই কথাটো মনত পৰিলে মোৰ হৃদয়ে কান্দে। মোৰ হৃদয় আজিও ৰক্তক্ষয়ী হৈ আছে। ফাৰুক আব্দুল্লাই কয়, " কাশ্মীৰৰ সেই ঘটনাটোৰ বাবে কোন দায়ী তাৰ সত্যতা জানিবলৈ, এজন ন্যায়াধীশৰ নেতৃত্বত এখন তদন্ত সমিতি গঠন তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে।" আনকি তেওঁ লগতে তেওঁ যদি ঘটনাটোৰ বাবে মি দায়ী তেন্তে মোক দেশৰ যিকোনো ঠাইতে মোক ফাঁচী দিয়ক। মই যিকোনো পৰীক্ষণৰ বাবে সাজু কিন্তু যিসকল ইয়াৰ বাবে দায়বদ্ধ নহয়, অনুগ্ৰহ কৰি তেওঁলোকে মোক দোষ নিদিব। '' বিবেক অগ্নিহোত্ৰীৰ দ্বাৰা পৰিচালিত কাশ্মীৰ ফাইলছ ১১ মাৰ্চত মুকলি কৰা হৈছিল। এই চলচ্চিত্ৰখনে ১৯৯০ ৰ দশকত কাশ্মীৰী হিন্দুসকলক উপত্যকাত কেনেদৰে অত্যাচাৰ কৰা হৈছিল তাৰ ভয়ংকৰ পৰিস্থিতি বৰ্ণনা কৰিছে। PCA Banner 2022

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন