--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ‘কাউৰীৰ বাহত জুই দিলে আক্ৰমণ কৰিবই’- গৰুখুঁটিত উচ্ছেদিতৰ আক্ৰমণত আহত হোৱা আৰক্ষী সন্দৰ্ভত এইদৰে মন্তব্য কৰে এআইইউডিএফৰ নেতৃত্বই৷ উল্লেখ্য যে, ধলপুৰত আৰক্ষী-বেদখলকাৰীৰ মাজত বৃহস্পতিবাৰে সৃষ্টি হৈছিল মুখামুখী সংঘৰ্ষ৷ হাতে হাতে লাঠি জোং লৈ ওলায় আহি হাজাৰ হাজাৰ লোকে আক্ৰমণ কৰিছিল আৰক্ষীক৷ এই ঘটনাৰ পাছতেই দৰং জিলাত সৃষ্টি হয় চেপা উত্তেজনাৰ৷

তাৰ পাছতেই শাসকগোষ্ঠীৰ ওপৰত তীব্ৰ সমালোচনা কৰে বিৰোধীয়ে৷ এই সন্দৰ্ভত ৰাজভৱনত ৰাজ্যপাল জগদ্বীশ মুখীক সাক্ষাৎ কৰে এআইইউডিএফৰ সজাতি দল এটাই৷ গৰুখুঁটিত উচ্ছেদৰ বিৰোধিতাৰে ৰাজ্যপালক স্মাৰক-পত্ৰ প্ৰদান কৰে দলটোৱে৷ কাৰ্যৰত ন্যায়াধীশৰ জৰিয়তে ঘটনাৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰে৷

দলটোৰ অভিযোগ অনুসৰি, ঘটনাৰ আঁৰত থকা তৃতীয় পক্ষ ‘চৰকাৰ’ বুলিও অবিহিত কৰে৷ মুছলমানৰ বিৰোধিতাৰ বাবেই চৰকাৰৰ এই উচ্ছেদ অভিযান চলায় বুলিও অভিযোগ কৰে দলটোৱে৷ উচ্ছেদিতক পুনৰ সংস্হাপন আৰু ক্ষতিপূৰণৰ দাবী জনায়৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ