--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক; প্ৰৱল বৃষ্টিপাতৰ বাবে কেৰালা আৰু তামিলনাডুত অ‘ৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে৷ ধাৰাসাৰ বৰষুণৰ বাবে পুডুচেৰীত বন্ধ দিয়া হৈছে বিদ্যালয়।

কেৰালা আৰু তামিলনাডু চৰকাৰে মঙলবাৰে ৰাজ্যদুখনৰ বাসিন্দাসকলক সতৰ্ক হ’বলৈ পৰামৰ্শ জাৰি কৰিছে৷ কিয়নো উত্তৰ-পূব মৌচুমী বায়ুৰ প্ৰভাৱত অঞ্চলটোত ধাৰাসাৰ বৰষুণৰ সৃষ্টি হৈছে৷

কেৰালাত বুধবাৰ আৰু বৃহস্পতিবাৰে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ আনহাতে তামিলনাডু আৰু পুডুচেৰীত বুধবাৰে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

প্ৰৱল বৃষ্টিপাতৰ প্ৰতিক্ৰিয়াস্বৰূপে পুডুচেৰী আৰু কৰাইকালৰ বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হৈছে। চেন্নাইৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই তামিলনাডুৰ ১০খনতকৈও অধিক জিলাত পৰৱৰ্তী দুদিনত মাজে মাজে বৰষুণ হোৱাৰ ভৱিষ্যদ্বাণী কৰিছে। বুধবাৰে ৰাজ্যখনৰ বহু ঠাইত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক