--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ "প্ৰেমৰ কোনো সংস্কৃতি, সীমা, জাতি আৰু ধৰ্ম নাই। প্ৰেমে কোনো দুৰত্ব নামানে৷ সাত সাগৰ পাৰ হৈ তুৰ্কী এগৰাকী যুৱতী বিয়াত বহিল এজন ভাৰতীয় যুৱকৰ সৈতে৷ তুৰ্কীৰ এগৰাকী মহিলাই মঙলবাৰে এক পৰম্পৰাগত অনুষ্ঠানত গুন্টুৰৰ এজন পুৰুষৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।

অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰৰ বাসিন্দা মধু সংকীয়ৰ্থ নামৰ যুৱকজনে ২০১৬ চনত তুৰ্কীৰ গিজেমক লগ পাইছিল। গিজেম আৰু মধু এটা কামৰ প্ৰকল্পত দেখিছিল আৰু লাহে লাহে বন্ধু হৈ পৰিছিল। পিছত, মধু কামৰ বাবে তুৰস্কলৈ স্থানান্তৰিত হয়, য'ত গিজেম বাস কৰিছিল। পৰৱৰ্তী সময়ত দুয়ো প্ৰেমত পৰিছিল আৰু তেওঁলোকৰ বন্ধুত্ব ভালপোৱালৈ গতি কৰিলে।

অৱশ্যে, তেওঁলোকৰ এই সম্পৰ্ক দুয়োখন ঘৰে সমৰ্থন জনোৱা নাছিল, কিন্তু তেওঁলোকৰ ভালপোৱা ইমানেই গভীৰ আছিল যে, ঘৰখনেও তেওঁলোকৰ সম্পৰ্ক মানি লবলৈ বাধ্য হৈছিল। পিতৃ-মাতৃৰ সহমতৰ পাছত, দম্পতীহালে ২০১৯ বাগদান কৰিছিল, লগতে সিদ্ধান্ত হৈছিল যে তেওঁলোকে পৰৱৰ্তী বছৰত বিবাহ পাশত আৱদ্ধ হ'ব, কিন্তু কোভিডৰ বাবে তেওঁলোকৰ পৰিকল্পনা বাতিল কৰা হৈছিল। এতিয়া তেওঁলোকে দুয়োখন ঘৰৰ আত্মীয়ৰ উপস্থিতিত দুয়োগৰাকী বিয়াত বহে আৰু তেওঁলোকৰ বিয়াখন এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন