--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ১ডিচেম্বৰ,শুকুৰবাৰ৷জানো আহক আজিৰ দিনটোৰ ৰাশিফল৷


১. মেষ ৰাশি : -  মেষ ৰাশিৰ জাতক -জাতিকা সকলৰ  আজিৰ দিনটোত ভ্ৰমণত শুভ হ'ব, কৰ্মত যশস্যা বাঢ়িব, লগতে আজি শিল্পী সকলৰ সুনাম বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

২.বৃষ ৰাশি :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত ভাল খাদ্য গ্ৰহণ কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ'লে শৰীৰত সামান্য ৰোগ বৃদ্ধি হ'ব পাৰে লগতে আজি আপুনি সজাগ নহ'লে মনত হতাশাৰ ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৩. মিথুন ৰাশি:-  মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত যিসকল ব্যক্তি ৰাজনীতিৰ লগত জড়িত তেওঁলোকে ৰাজনৈতিক সা-সুবিধা লাভ কৰিব পাৰে ,যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বাঢ়িব পাৰে লগতে আজি আপোনাৰ দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৪.কৰ্কট ৰাশি : - কৰ্কট ৰাশিৰ  জাতক - জাতিকাসকলৰ  সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সামান্য কষ্টৰ সন্মুখীন হৱ পাৰে শৰীৰত সামান্য ৰোগ বৃদ্ধি হ'ব পাৰে যদিও আজি খেলুৱৈ সকলৰ ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়। 

৫. সিংহ ৰাশি:- সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত বিবাহিত ব্যক্তি সকলে সন্তানৰ সুখ লাভ কৰিব যদিও আজি আপুনি সজাগ নহ'লে কৰ্মক্ষেত্ৰত সামান্য কষ্টৰ সন্মুখীন হৱ পাৰে লগতে আজি আপুনি সজাগ নহ'লে সামান্য মানসিক ক্লেষ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. কন্যা ৰাশি : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ  আজিৰ দিনটোত কৰ্মক্ষেত্ৰত ভাল ফলাফলৰ লাভ কৰিব, ৰাজহুৱা সহায় সহযোগিতা লাভ কৰিব, ৰাজনীতিৰ লগত জড়িত ব্যক্তি সকলে ৰাজনৈতিক ভাৱে আগুৱাই যাবলৈ সক্ষম হব যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. তুলা ৰাশি: - তুলা ৰাশিৰ জাতক - জাতিকা সকলৰ  আজিৰ দিনটোত হঠাতে হাতলৈ ধন সম্পত্তি আহিব পাৰে, কৰ্মত কৃতকাৰ্যতা লাভ কৰিব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে সামান্য চকুৰ ৰোগ হোৱাৰ যোগ দেখা যায়।

৮. বৃশ্চিক ৰাশি: - বৃশ্চিক ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত থকা পুৰণি সমস্যাৰ সমাধান কৰিব পাৰিব, নতুন নতুন কৰ্মৰ আৰু ব্যৱসায়িক দিশত যোগাযোগ হ'ব, লগতে আজি আপোনাৰ কৰ্মক্ষেত্ৰত পদোন্নতি লাভ হোৱাৰ  যোগ দেখা যায়।

৯. ধনু ৰাশি: - ধনু ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত লগ বন্ধু বা আত্মীয় পৰিয়ালৰ পৰা সহায় সহযোগিতা লাভ কৰিব, ঘৰত বিবাহৰ কথা আলোচনা হ'ব পাৰে, যদিও আজি আপুনি সজাগ নহ'লে সামান্য শত্ৰু বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১০. মকৰ ৰাশি:  - মকৰ ৰাশি  জাতক - জাতিকা সকলৰ আজিৰ দিনটোত  উকীল আৰু পুলিচ প্ৰশাসনৰ লগত জড়িত ব্যক্তি সকলৰ শুভ হ'ব, কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপোনাৰ মনত কষ্ট পাৱলগীয়া কৰ্মৰ পৰা আতৰি থাকিব চেষ্টা কৰিব।

১১. কুম্ভ ৰাশি: - কুম্ভ ৰাশিৰ জাতক - জাতিকা সকলৰ আজি দিনটোত আৰ্থিক দিশটো শুভ বুলি কব পাৰি, ব্যৱসায়িক ভাৱে লাভাৱান্বিত হ'ব পাৰিব, ছাত্ৰ ছাত্ৰী সকলৰ শুভ হ'ব যদিও আজি আপুনি সজাগ নহ'লে দেহ মনৰ সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. মীন ৰাশি :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত যান বাহনৰ পৰা সুখ লাভ কৰিব, মনত শান্তি বাঢ়িব, লগতে আজি আপোনাৰ হাতলৈ ধন অহাৰ যোগ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ