--°C
Loading...
Listen to Article
2 min read
80%


১৩ অক্টোবৰ, বৃহস্পতিবাৰ, ২০২২

মেষ : আজি সংগীক লৈ আপোনাৰ দৃষ্টিভংগী আৰু মতামত সলনি হ’ব। আজি কোনো নতুন পৰিচয়ৰ সূত্ৰে আপোনাৰ ব্যৱসায়িক লাভ হ’ব। প্ৰেম সুন্দৰ। ঘৰুৱা শান্তি।

বৃষ : আপুনি কোনো বিনিয়োগত লাভৱান হোৱাৰ সম্ভাৱনা। কৰ্মক্ষেত্ৰত নিজৰ দক্ষতাক আৰু অধিক বৃদ্ধিৰ চেষ্টা কৰিব লাগিব। প্ৰশংসা পাব।

মিথুন : ঘনে ঘনে মনটো সলনি হ’ব পাৰে। দাঁতৰ সমস্যাত ভুগিব পাৰে। বাকী থকা কোনো কাম থাকিলে আজি সেয়া কৰিব পাৰে। ধাৰ নিদিব।

কৰ্কট : দিনটো বিভ্ৰান্তিৰ মাজেৰে আৰম্ভ হ’ব। সম্পৰ্কক লৈ পিছত দৌৰিব নালাগে। আজি নিজৰ কৰ্মক্ষেত্ৰত আপোনাৰ দক্ষতা প্ৰদৰ্শন হ'ব। 

সিংহ : আজি আপুনি সমাজত বিশেষ সন্মান লাভ কৰিব পাৰে। নিজৰ আপোনজনৰ কথা শুনক। আজি আপুনি নতুন কামৰ সুযোগ পাব পাৰে। 

কন্যা : পৰিশ্ৰম কৰি সফলতা অৰ্জন কৰিব লাগিব আৰু আনন্দ কৰিব লাগিব। সংগীৰ পৰা ভাল কোনো ভাল খবৰ পাব পাৰে। ব্যৱসায়িক দিশত ভাল প্ৰস্তাৱ পাব পাৰে।

তুলা : আন দিনৰ তুলনাত আজি ভাল। আবেগপ্ৰৱণ হৈ পৰিব পাৰে কোনো কথাত। পলমকৈ হ’লেও আপুনি সকলো কাম সম্পন্ন কৰাত সফল হ’ব। প্ৰেমৰ বাবে আজিৰ দিনটো শুভ। 

বৃশ্চিক : আজি পৰিয়ালৰ সৈতে সময় কটোৱাৰ লগতে পাৰিবাৰিক কামত সহায় কৰক। সন্মান লাভৰ যোগ। আপোনাৰ আৰ্থিক স্থিতি উন্নত হ'ব।

ধনু : আজি আপোনাৰ সন্মুখত যিমানেই বাধা নাহক কিয়, সকলো নেওচি সফলতাৰ মুখ দেখিব। আজি সংগীৰ সৈতে সুন্দৰ মুহূৰ্ত কটোৱাৰ সুযোগ পাব। কৰ্মক্ষেত্ৰত সুনাম। 

মকৰ : আজি আপোনাৰ কামৰ দক্ষতা দেখুওৱাৰ বাবে শ্ৰেষ্ঠ দিন। আৰ্থিকভাৱে দিনটো ভাল। আপোনাৰ শান্ত স্বভাৱৰ বাবে জ্যোষ্ঠ জনৰ লগতে সন্মানিত হোৱাৰ যোগ। আলহী আহিব।

কুম্ভ : আজি সংগীয়ে এনে কিছুমান কাম কৰাৰ চেষ্টা কৰিব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস আৰু অধিক বৃদ্ধি পাব। সমাজত সুনাম বৃদ্ধি পাব, বহুতেই মান দিব। মনৰ হেঁপাহ পূৰণ।

মীন : আজি আৰ্থিক ভাৱে লাভৱান হ’ব। কোনো বিশেষ লোকৰ পৰা উপহাৰ পাব পাৰে। অচিনাকি লোকক বেছি গুৰুত্ব নিদিব। চোৰৰ পৰা সাৱধান।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ