--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাক্তন ক্ৰিকেট তাৰকা বিনোদ কাম্বলিয়ে যথেষ্ট দিন ধৰি স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি আছে আৰু শেহতীয়াকৈ তেওঁৰ এটা ভিডিঅ’ই ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক স্তম্ভিত কৰি তুলিছে। ভিডিঅ’টোত কাম্বলীক সঠিকভাৱে খোজ কঢ়াৰ বাবে সংগ্ৰাম কৰা দেখা গৈছে৷ মানুহে তেওঁক নিৰাপদে পথৰ পৰা আঁতৰাই নিবলগীয়া হৈছে। কম্বলীক অলপ দিশহাৰা যেন লাগিছিল আৰু তেওঁৰ ভাৰসাম্য বিচাৰিবলৈ যথেষ্ট অসুবিধা হৈছিল।

একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ভিডিঅ’টোত তেওঁক মদ্যপান কৰা বুলি অনুমান কৰাৰ বিপৰীতে আন বহুতে কয় যে তেওঁ কিছুদিন ধৰি শাৰীৰিকভাৱে অসুস্থ হৈ আছে আৰু তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ ফলত তেওঁ সঠিকভাৱে লৰচৰ কৰিব নোৱাৰে।

প্ৰাগ ডিজিটেলে অৱশ্যে স্বতন্ত্ৰভাৱে ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা নাই৷

উল্লেখ্য যে ভাৰতৰ হৈ ১০০ খনতকৈও অধিক এদিনীয়া আৰু ১৭ খন টেষ্ট মেচ খেলিছে কাম্বলিয়ে। প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত প্ৰায় ১০ হাজাৰ ৰান সংগ্ৰহ কৰি ব্যক্তিগতভাৱে ২৬২ ৰান সংগ্ৰহ কৰে প্ৰতিভাৱান বাওঁহাতৰ খেলুৱৈগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ