--°C
Loading...
Listen to Article
2 min read
80%
২১ মাৰ্চ ২০২৩, মঙলবাৰ

মেষ- সন্দেহযুক্ত স্বভাৱৰ বাবে আপুনি পৰাজয়ৰ সন্মুখীন হ'ব পাৰে। খৰচৰ মাত্ৰা বৃদ্ধি হ’ব। কৰ্মক্ষেত্ৰত সন্মান লাভ কৰিব। শুভ সংখ্যা ৬,শুভ ৰং ৰঙা।

বৃষ- আপোনাৰ ব্যৱহাৰে আনক আকৃষ্ট কৰিব। আত্মবিশ্বাস বৰ্তি থাকিব। বিবাহৰ প্ৰাৰ্থী সকলৰ বাবে ভাল খবৰ আহিব। শুভ সংখ্যা ২,শুভ ৰং আকাশী।

মিথুন- বেলেগৰ লগত সুখৰ আদান প্ৰদান কৰিলে আপোনাৰ স্বাস্থ্য আৰু অধিক ভাল হ’ব। ব্যৱসায়ত ধন বিনিয়োগ কৰিলে লাভৰ সন্মুখীন হ’ব।শুভ সংখ্যা ৫,শুভ ৰং মেৰুণ।

কৰ্কট- আপোনাৰ ব্যক্তিগত ভাৱনা বা কোনো গোপনীয় কথা আজি কাকো নক’ব। বদ অভ্যাস এৰাই চলিব। প্ৰেমত শুভ। শুভ সংখ্যা ৯,শুভ ৰং বগা।

সিংহ- অসহায় মানুহক সহায় কৰক। মনত শান্তি লাভ কৰিব। হাতলৈ হঠাতে ধনৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীৰ বাবে চিন্তা বাঢ়িব। শুভ সংখ্যা ১,শুভ ৰং হালধীয়া।

কন্যা- আপোনাৰ চাৰিওফালে হৈ থকা গতিবিধিক গুৰুত্ব সহকাৰে লওক । আপোনাৰ কামৰ অধিকাৰ আন কোনোবাই ল’ব পাৰে। শুভ সংখ্যা ৭, শুভ ৰং গুলপীয়া।

তুলা- ওচৰ-চুবুৰীয়াৰ সৈতে সাৱধানে থাকিব। কন্দল হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালক সময় দিলে দিনটো ভালদৰে পাৰ হ’ব। শুভ সংখ্যা ৩,শুভ ৰং সোণালী।

বৃশ্চিক- দিনটোত খং কমাই কৰিব। খং উঠি থাকিলে হঠাতে কাকো একো নক’ব। বিশেষ কিছুমান লাভৰ ইংগিত আছে। প্ৰেমত সাৱধান হ’ব। শুভ সংখ্যা ৮ ,শুভ ৰং ৰূপালী।

ধনু- আপোনাৰ বৰ্তমানৰ অৱস্থাত শুধৰণি হ’ব ।পাৰিবাৰিক দিশত বিভিন্ন সমস্যা গা কৰি উঠিব পাৰে। পুৰণি বন্ধুক লগ পাব পাৰে। শুভ সংখ্যা ৬, শুভ ৰং মুগা।

মকৰ- দিনটো সুখেৰে ভৰা হ’ব। ভাবি থকা বহু দিনৰ মনৰ বাঞ্চা পূৰণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত সচেতন হৈ থাকিব। শুভ সংখ্যা ৩, শুভ ৰং কমলা।

কুম্ভ- ভাবি-চিন্তিহে মন্তব্য কৰিব। প্ৰশংসা শুনিলেও লুকাই থকা শত্ৰুবোৰক চিনি পাব। সকলো কামত পৰিয়ালৰ সমৰ্থন নাপাব। শুভ সংখ্যা ৭ , শুভ ৰং বগা।

মীন- কোনো লোকক আৰ্থিক সহায় কৰিলে আপোনাৰ আৰ্থিক অৱস্থাও দুৰ্বল হ’ব পাৰে। পৰিয়ালৰ সদস্যৰ মাজত পইচাকলৈ কাজিয়া হ’ব পাৰে । শুভ সংখ্যা ১ ,শুভ ৰং নীলা।









FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement