--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰাকৃতিকভাবে পোৱা জেতুকা অথবা হেনাৰ ৰং উজ্জ্বল কৰিবলৈ বিভিন্ন সামগ্ৰী মিহলি কৰিব পাৰি। হেনা লগালে  চুলি সৰাৰ সমস্যা ভালখিনি কমি যায়। চুলিত হোৱা  উফিৰ সমস্যা দূৰ কৰিবলৈও হেনা ব্যৱহাৰ কৰিব পাৰি।  হেনাৰ গুণাগুণ বৃদ্ধি কৰিবলৈ আৰু ৰং উজ্জ্বল কৰিবলৈ এনেবোৰ বস্তু মিহলাব পাৰি। 

১) নেমুৰ ৰসঃ যদি আপুনি চুলিত উফিৰ সমস্যাত অসুবিধা পাইছে, তেন্তে হেনা মিহলাই নেমুৰ ৰস লগাব পাৰে। নেমুত ভিটামিন চি আৰু এণ্টিবেক্টেৰিয়েল গুণ থাকে যিয়ে মূৰৰ ছালৰ মলি পৰিষ্কাৰ কৰাৰ কাম কৰে। ইয়াৰ বাবে এটা বাটিত ৫ চামুচ হেনা পাউদাৰ লওক। তাত এচামুচ নেমুৰ ৰস দিব,এতিয়া তাত পানী দি পেষ্ট বনাওক।এতিয়া এই পেষ্টটো চুলিত লগাওক। আৰু ২০ মিনিটৰ পিছত সাধাৰণ পানীৰে চুলি ধুব। ইয়াৰ দ্বাৰা উফিৰ সমস্যাৰ পৰা মুক্তি পাব পাৰি।

২) কণীঃ চুলিৰ উফি আঁতৰাবলৈ হেনা মিহলাই কণী লগাব পাৰে। ইয়াৰ বাবে এটা বাটিত কণী এটা ঘূলি লওক। এতিয়া ইয়াত ৫ চামুচ হেনা দি এই পেষ্টটো ভালদৰে চুলিত লগাওক।এতিয়া আধা ঘণ্টাৰ পিছত মৃদু চেম্পুৰে চুলি ধুব।এই কাম কৰিলে চুলি সৰা বন্ধ হৈ যাব আৰু চুলি জিলিকি উঠিব।

৩) দৈঃ চুলিৰ বাবে দৈ অতি উপকাৰী। কাৰণ ইয়াৰ উফি প্ৰতিৰোধী গুণ আছে যিয়ে মূৰৰ ছালৰ পৰা মলি আঁতৰোৱাৰ কাম কৰে। আনহাতে হেনা মিহলাই দৈ লগালে চুলি চিকচিকিয়া আৰু মজবুত হ’ব।হেনা আজিকালি বজাৰত কিনিবলৈ পোৱা যায়। ৰাজস্থানী হেনা অতি উপকাৰী। হেনা পাউদাৰ নিশাটো পানীত তিয়াই থলে ৰং বেছিকৈ উঠে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ